• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Jioৰ স্বাধীনতা দিৱসৰ অ’ফাৰ; ৫মাহলৈকে বিনামূলীয়াকৈ ডাটা আৰু কলিঙৰ সুবিধা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 15, 2020 9:37 am
WhatsApp Image 2020-08-15 at 8.59.20 AM
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিলায়েন্স জিঅ’ই স্বাধীনতা দিৱস উপলক্ষে এক বিশেষ অ’ফাৰ আগবঢ়াইছে।

এই নতুন অ’ফাৰ অনুসৰি গ্ৰাহকক JioFi 4G ৱায়েৰলেছ হটস্পট ক্ৰয় কৰিলে ৫মাহলৈকে বিনামূলীয়া ডাটা আৰু জিঅ’ৰ পৰা জিঅ’লৈ বিনামূলীয়া কলিঙৰ সুবিধা দিয়া হৈছে।

Apply Now

JioFi 4Gৰ মূল্য ১,৯৯৯টকা। এই অ’ফাৰৰ সুবিধা ল’বলৈ গ্ৰাহকে প্ৰথমতে JioFi ৰ বাবে কোনো এটা চলি থকা প্লেন ল’ব লাগিব।

এবাৰ ৰিলায়েন্স ডিজিটেল ষ্ট’ৰৰ পৰা JioFi হটস্পট ক্ৰয় তথা জিঅ’ ছীম এক্টিভেট হোৱাৰ পাছত গ্ৰাহকে JioFi ৰ বাবে থকা যিকোনো এটা ছিলেক্ট কৰিব পাৰে আৰু ইয়াক ডিভাইচৰ বাবে এক্টিভেট কৰিব পাৰে।

এবাৰ এক্টিভেট হোৱা ছীম ডিভাইচত লগোৱাৰ পাছত ১ঘন্টাৰ ভিতৰতে প্লেন আৰম্ভ হৈ যাব।

প্লেনৰ এক্টিভেশ্যন ষ্টেটাছ মাই জিঅ’ এপৰ জৰিয়তে চেক কৰিব পৰা যায়। JioFi ডিভাইচক কোম্পানীৰ ছাইটৰ পৰা অনলাইনতো ক্ৰয় কৰিব পাৰি।

JioFi ৰ আটাইতকৈ সস্তা প্লেনটোৰ মূল্য হৈছে ১৯৯টকা। ইয়াত প্ৰতিদিনে 1.5GB ডাটা পোৱা যায় আৰু ইয়াৰ ভেলিডিটি হৈছে ২৮দিন।

গ্ৰাহকে ৯৯টকাৰ অতিৰিক্ত আদায় দি আন কিছু সুবিধাও ল’ব পাৰে। অতিৰিক্ত পইচা দি গ্ৰাহকে জিঅ’ প্ৰাইম মেম্বাৰশ্বিপ, প্ৰতিদিনে 1.5GB ডাটা, অন নেট ফ্ৰী কলিং, প্ৰতি ২৮দিনৰ বাবে অফ নেট কলিঙৰ বাবে ১,০০০মিনিট আৰু ১৪০দিনৰ বাবে প্ৰতিদিনে ১০০টা নেশ্যনেল এছএমএছৰ সুবিধা লাভ কৰিব পাৰে।

JioFi ৰ দ্বিতীয়টো প্লেনৰ মূল্য ২৪৯টকা। ইয়াত ২৮দিনৰ বাবে প্ৰতিদিনে 2GB ডাটা দিয়া হৈছে। ইয়াতো গ্ৰাহকে ৯৯টকা অতিৰিক্ত ভৰাই জিঅ’ প্ৰাইম মেম্বাৰশ্বিপ, প্ৰতিদিনে 2GB ডাটা, অন নেট ফ্ৰী কলিং, প্ৰতি ২৮দিনৰ বাবে অফ নেট কলিঙৰ বাবে ১,০০০মিনিট আৰু ১১২দিনৰ বাবে প্ৰতিদিনে ১০০টা নেশ্যনেল এছএমএছৰ সুবিধা লাভ কৰিব পাৰে।

আনহাতে, তৃতীয়টো প্লেনৰ মূল্য হৈছে ৩৪৯টকা। ইয়াত গ্ৰাহকে ২৮দিনৰ বাবে 3GB ডাটা লাভ কৰিব। ইয়াতো গ্ৰাহকে ৯৯টকা অতিৰিক্ত ভৰাই জিঅ’ প্ৰাইম মেম্বাৰশ্বিপ, প্ৰতিদিনে 3GB ডাটা, অন নেট ফ্ৰী কলিং, প্ৰতি ২৮দিনৰ বাবে অফ নেট কলিঙৰ বাবে ১,০০০মিনিট আৰু ৮৪দিনৰ বাবে প্ৰতিদিনে ১০০টা নেশ্যনেল এছএমএছৰ সুবিধা লাভ কৰিব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd