NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

15-03-19 Guwahati- Yono SBI ATM launch (2)

YONO cash-অৰ শুভাৰম্ভণি; কাৰ্ড নোহোৱাকৈ ATM-অৰ পৰা ধন উলিয়াব পাৰিব SBI-ৰ গ্ৰাহকে

ভাৰতীয় ষ্টেট বেংকে ইয়াৰ গ্ৰাহককসকলক অত্যাধুনিক প্ৰযুক্তি কৌশলৰ সুযোগ প্ৰদান কৰিব পৰাকৈ আজি এটা এপ ভিত্তিক নতুন ব্যৱস্থাৰ শুভাৰম্ভণি কৰিছে। য়োনো...

IMG-20190314-WA0037-750x375

অসমীয়া মেখেলা-চাদৰ পৰিধান কৰি ৰেম্পত মোহময়ী কৰিশ্মা কাপুৰ

ৰাজধানী দিল্লীত চলি থকা ল’টাছ মেক আপ ইণ্ডিয়া ফেশ্বন উইক-২০১৯ ত বৃহস্পতিবাৰে অসমীয়া চাদৰ মেখেলাৰে ৰেম্পত দেখা গ’ল বলীউদৰ মোহময়ী...

880x495_cmsv2_b74f1359-7f14-5f90-a680-6013db349c21-3726698

নিউজিলেণ্ডত বন্দুকধাৰীৰ ভয়াৱহ আক্ৰমণত কথমপি প্ৰাণৰক্ষা বাংলাদেশ ক্ৰিকেট দলৰ

নিউজিলেণ্ডৰ খ্ৰীষ্টচাৰ্ছ চহৰৰ দুটা মছজিদত আজি অচিনাক্ত বন্দুকধাৰীয়ে চলোৱা ভয়াৱহ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে নিউজিলেণ্ড ভ্ৰমণৰত বাংলাদেশ ক্ৰিকেট...

IMG_20190314_113309-750x375

৪ বছৰীয়া ছাত্ৰীক ধৰ্ষণ কৰি হত্যা কৰা কাণ্ডক লৈ উত্তাল চিৰাং

চিৰাঙৰ ছিদলীৰ আৰক্ষী থানাৰ অধীনত এগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ প্ৰতিবাদত আজি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক সমাজে প্ৰতিবাদ...

conrad-pc-as-cm-e1521335916237-750x375

মেঘালয়ৰ বিভিন্ন চৰকাৰী বিভাগত খালী হৈ আছে প্ৰায় ৬০০০ পদ

বৃহস্পতিবাৰে মেঘালয় বিধানসভাৰ প্ৰশ্নোত্তৰ কালত কংগ্ৰেছ বিধায়ক জৰ্জ বি লিংগদোয়ে ৰাজ্যখনত বৰ্তমান কিমান সংখ্যক পদ খালী হৈ আছে বুলি সোধা...

UPPL

কোকৰাঝাৰ আৰু মঙলদৈ সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা য়ু পি পি এলৰ

আগন্তুক লোকসভা নিৰ্বাচনলৈ দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে য়ুনাইটেড পিপ’লছ পাৰ্টি লিবাৰেল চমুকৈ য়ু পি পি এলে। দলটোৱে কোকৰাঝাৰ আৰু...

IMG_20190314_113309-750x375

চিৰাঙত ধৰ্ষণ কৰি হত্যা নাবালিকাক, উদ্ধাৰ মৃতদেহ

চিৰাঙৰ ছিদলী আৰক্ষী থানাৰ অধীনত এগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ছিদলীৰ নুমলপুৰৰ ককাক-আইতাকৰ সৈতে...

Ganja

চিৰাঙৰ ধালাইগাঁৱত ৭১৭.১৫ কেজি গাঞ্জাসহ গ্ৰেপ্তাৰ ২জন

গাঞ্জা সৰবৰাহৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰা অসম আৰক্ষীয়ে আজি লাভ কৰিছে আন এক বৃহৎ সফলতা। এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা...

Sayedullah-Nongrum-former-minister-and-ind-candidate-Tikrikilla

উপ নির্বাচনত য়ু ডি পিৰ হৈ প্রতিদ্বন্দ্বিতা আগবঢ়াব মেঘালয়ৰ প্রাক্তন মন্ত্রী ছায়েডুল্লাহ নংৰামে

মেঘালয়ত অহা ১১ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ লগতে ছেলছেল্লা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। সেয়ে নিৰ্বাচনী তৎপৰতা প্ৰদৰ্শন...

social-media

চীনৰ সামগ্ৰী বৰ্জনৰ দাবীৰে খলকনি ছ’চিয়েল মিডিয়াত; ব্যৱসায়িক সংস্থাৰ তৎপৰতা আৰম্ভ

পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰক নিষিদ্ধ কৰাত ৰাষ্ট্ৰসংঘত বাধা দিয়া চীনৰ আশ্চৰ্যজনক স্থিতিক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত কাৰ্যতঃ...

Page 4432 of 5907 1 4,431 4,432 4,433 5,907

Stay Connected

Recent News