• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

YONO cash-অৰ শুভাৰম্ভণি; কাৰ্ড নোহোৱাকৈ ATM-অৰ পৰা ধন উলিয়াব পাৰিব SBI-ৰ গ্ৰাহকে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2019 6:10 pm
15-03-19 Guwahati- Yono SBI ATM launch (2)

এছ বি আইৰ য়োনো এপ মুকলি কৰাৰ সময়ত

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ষ্টেট বেংকে ইয়াৰ গ্ৰাহককসকলক অত্যাধুনিক প্ৰযুক্তি কৌশলৰ সুযোগ প্ৰদান কৰিব পৰাকৈ আজি এটা এপ ভিত্তিক নতুন ব্যৱস্থাৰ শুভাৰম্ভণি কৰিছে। য়োনো (YONO) কেচ এপ নামৰ এই এপটোৰ জৰিয়তে এতিয়াৰ পৰা গ্ৰাহকসকলে debit card/ATM card নোহোৱাকৈয়ে এ টি এমৰ পৰা ধন উলিয়াব পাৰিব।

আজি সমগ্ৰ দেশৰ লগতে গুৱাহাটীতো এই এপটো মুকলি কৰে উত্তৰ-পূব মণ্ডলৰ মুখ্য মহাপ্ৰবন্ধক সুনীল কুমাৰ টেণ্ডনে।

Apply Now

কেনেকৈ YONO এপৰ জৰিয়তে ATM-অৰ পৰা ধন উলিয়াব?

এই এপটোৰ জৰিয়তে বেংকটোৰ গ্ৰাহকে বিশেষ এটা প্ৰক্ৰিয়া অনুসৰণ কৰি ইয়াৰ এ টি এমবোৰৰ পৰা কাৰ্ডবিহীনভাৱে ধন উলিয়াব পাৰিব।

গ্ৰাহকজনে য়োনো (YONO, সম্পূৰ্ণ অৰ্থ You Only Need One) কেছ এপটোত প্ৰছেচ আৰম্ভ কৰি ৬টা অংকৰ এটা পিন স্থিৰ কৰিব লাগিব। তেতিয়া তেওঁৰ বেংকত পঞ্জীয়নকৃত ম’বাইল নম্বৰত ৬টা অংকৰ এটা ৰেফাৰেন্স নম্বৰ এছ এম এছ যোগে লাভ কৰিব। তাৰ পৰৱৰ্তী ৩০ মিনিটৰ ভিতৰত গ্ৰাহকজনে পিন আৰু ৰেফাৰেন্স নম্বৰ ব্যৱহাৰ কৰি এ টি এমত ধন উলিয়াব পাৰিব।

বেংকটোৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা এটা প্ৰেছ টোকাত কয় যে সম্পূৰ্ণ লেনদেন ব্যৱস্থা পৰিস্থিতিতন্ত্ৰৰ সৈতে খাপখোৱা কৰি অহা দুবছৰৰ ভিতৰত এখন ডিজিটেল বিশ্ব সৃষ্টি কৰাই বেংকটোৰ এনে পদক্ষেপৰ আঁৰৰ লক্ষ্য।

এই ব্যৱস্থাৰ জৰিয়তে গ্ৰাহকে এবাৰত ২০,০০০ টকা পৰ্যন্ত ধন উলিয়াব পাৰিব। এই সেৱাৰ বাবে উপযুক্ত কৰি তোলা এ টি এমবোৰক য়োনো কেছ পইণ্ট বোলা হ’ব।

বেংক কৰ্তৃপক্ষই এই ব্যৱস্থাটো দ্বিতৰপীয়া সুৰক্ষা পদ্ধতিৰ (য়ুজাৰ নেইম আৰু পাছৱ’ৰ্ডৰ উপৰঞ্চি সুৰক্ষা প্ৰণালীযুক্ত) দ্বাৰা সুৰক্ষিত আৰু ই ফিজিকেল কাৰ্ডতকৈ অধিক নিৰাপদ বুলি দাবী কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd