• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 18, 2025 7:55 pm
96
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিমধ্যে শাসকীয় মিত্ৰজোঁট এন ডি এয়ে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিজৰ প্ৰাৰ্থী  প্ৰক্ষেপ কৰিছে। দেওবাৰে বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নড্ডাই ঘোষণা কৰে যে চি পি ৰাধাকৃষ্ণন এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব। বিৰোধী দল ভাৰত মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ডি এম কে ৰাজ্যসভাৰ সাংসদ তিৰুচি শিৱাৰ নাম  চৰ্চা চলিছে। সূত্ৰসমূহে দাবী কৰিছে যে বিৰোধী মিত্ৰজোঁটে দক্ষিণৰ তামিলনাডু ৰাজ্যৰ এজন ৰাজনীতিবিদক ৰাধাকৃষ্ণনৰ বিৰোধী হিচাপে থিয় কৰাই প্ৰতিহত আক্ৰমণৰ চেষ্টা চলাইছে।

শেহতীয়াকৈ দক্ষিণ ভাৰতৰ ৰাজ্য মহাৰাষ্ট্ৰ আৰু বংগত আঞ্চলিক ভাষাৰ বিতৰ্কই চৰ্চালৈ আহিছে। দেশৰ বিৰোধী আৰু আঞ্চলিক দলসমূহে হিন্দী আগ্ৰাসনক লৈ সৰৱ হৈ পৰিছে। এনে পৰিস্থিতিত ভাৰত মিত্ৰজোঁটে চি পি ৰাধাকৃষ্ণনৰ দৰে আঞ্চলিক নেতাৰ বিৰুদ্ধে তিৰুচি শিৱাৰ দৰে এজন আঞ্চলিক নেতাক থিয় কৰাবলৈ চেষ্টা কৰিছে। মন কৰিবলগীয়া যে ডি এম কে পূর্বে কৈছিল- ‘এন ডি এয়ে এজন তামিল ব্যক্তিক প্রতিষ্ঠা কৰাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে তামিলনাডুৰ জনসাধাৰণৰ স্বার্থ ৰক্ষাৰ বাবে আগ্ৰহী৷ ৰাধাকৃষ্ণনক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি ৰাজনৈতিক অপপ্ৰচাৰৰ সুবিধা ল’বলৈ চেষ্টা কৰিছে গেৰুৱা শিবিৰে।’ এতিয়া প্ৰশ্ন উত্থাপন হৈছে, ডি এম কেৰ ৰাজ্যসভাৰ সাংসদ তিৰুচি শিৱাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ কথা চিন্তা কৰিছে নেকি?

Apply Now

উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী নিৰ্বাচনৰ বাবে দেওবাৰে দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সংসদীয় বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে জে পি নাড্ডা, অমিত শ্বাহ, ৰাজনাথ সিংকে ধৰি অন্যান্য সাংসদ উপস্থিত থাকে। বৈঠকৰ অন্তত বিজেপিৰ সভাপতি নড্ডাই আনুষ্ঠানিকভাৱে ঘোষণা কৰে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীৰ নাম। তেওঁ কয়, “প্ৰাৰ্থী নিৰ্বাচনৰ বাবে দলৰ সকলো নেতৃত্বৰ সৈতে আলোচনা আৰু পৰামৰ্শ বিচৰা হৈছিল। তাৰ পিছত সকলোৰে সন্মতি সাপেক্ষে সিদ্ধান্ত লোৱা হৈছিল যে চি পি ৰাধাকৃষ্ণন উপ-ৰাষ্ট্ৰপতি পদৰ বাবে এন ডি এৰ প্ৰাৰ্থী হ’ব।”

মন কৰিবলগীয়া যে জগদীপ ধনখৰে ২১ জুলাইত উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰি সমগ্ৰ দেশক আচৰিত কৰি তুলিছিল। ধনখৰৰ বিদায়ৰ পিছতে উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ দিন ৯ ছেপ্টেম্বৰত নিৰ্ধাৰণ কৰা হয়। উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে কেইবাটাও নাম উত্থাপন হয়। যদিও বিজেপিয়ে ইতিমধ্যে ঘোষণা কৰিছিল যে এইবাৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব দলৰ কোনোবা, যি দল আৰু আৰএছএছৰ মতাদৰ্শৰ সৈতে শক্তিশালীভাৱে জড়িত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd