NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

বিহাৰ SIR সন্দৰ্ভত ১ ছেপ্টেম্বৰৰ পাছত অভিযোগ দাখিল কৰিব পাৰিবঃ ছুপ্ৰীম কোৰ্টত নিৰ্বাচন আয়োগ

ভোটাৰ তালিকাৰ পৰা কোনো নাম বাদ পৰিলে ১ ছেপ্টেম্বৰৰ পাছতো অভিযোগ দাখিল কৰিব পাৰিব।বিহাৰত অনুষ্ঠিত হোৱা বিশেষ তীব্ৰ সংশোধন (SIR)...

বিটিচিৰ নিৰ্বাচনী যুঁজলৈ সাজু কংগ্ৰেছ, ৰাইজৰ দলঃ প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা

বিটিচিৰ নিৰ্বাচনী যুঁজলৈ সাজু কংগ্ৰেছ, ৰাইজৰ দলঃ প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা

চমু চাপিছে বিটিচি নিৰ্বাচন। ইতিমধ্যে বড়োভূমিত দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ প্ৰবল বতাহ। বিটিআৰৰ ক্ষমতা দখলৰ লক্ষ্যৰে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰত নামি...

এটম বোমাৰ পিছত এইবাৰ আহি আছে হাইড্ৰজেন বোমা : ঘোষণা ৰাহুল গান্ধীৰ

এটম বোমাৰ পিছত এইবাৰ আহি আছে হাইড্ৰজেন বোমা : ঘোষণা ৰাহুল গান্ধীৰ

লোকসভাৰ বিৰোধী নেতা তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে ‘পৰমাণু বোমা’ৰ পিছত এতিয়া ‘হাইড্ৰ’জেন বোমা’ আহিব। বিহাৰৰ পাটনাত অনুষ্ঠিত...

ডিমা হাছাওৰ ডায়েটত ১০০% আসন সংৰক্ষণৰ দাবী ডিমাছা ছাত্ৰ সংগঠনৰ

ডিমা হাছাওৰ ডায়েটত ১০০% আসন সংৰক্ষণৰ দাবী ডিমাছা ছাত্ৰ সংগঠনৰ

ডিমা হাছাও জিলাৰ কালাচান্দত অৱস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট)ত স্থানীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ১০০ শতাংশ আসন সংৰক্ষণৰ দাবী উত্থাপন...

বুলেটৰ পৰা বেলটলৈ : বিটিআৰৰ নিৰ্বাচনত বিজেপিৰ পৰা টিকট লাভ ভূমাফিয়া ৰমেন মদাহীৰ

বুলেটৰ পৰা বেলটলৈ : বিটিআৰৰ নিৰ্বাচনত বিজেপিৰ পৰা টিকট লাভ ভূমাফিয়া ৰমেন মদাহীৰ

এসময়ত ভূমি দখলৰ অভিযোগত আৰক্ষীয়ে খেদি খেদি গুলীয়াইছিল ৰমেন মদাহী নামৰ এটা ভূ-মাফিয়াই। এই ৰমেন মাদাহীকেই এতিয়া আগন্তুক বডোলেণ্ড টেৰিটৰিয়েল...

১ ছেপ্টেম্বৰৰ পৰা ৫১.৫০ টকা হ্ৰাস পাব বাণিজ্যিক চিলিণ্ডাৰ মূল্য; অপৰিৱৰ্তিত ঘৰুৱা চিলিণ্ডাৰৰ দাম

১ ছেপ্টেম্বৰৰ পৰা ৫১.৫০ টকা হ্ৰাস পাব বাণিজ্যিক চিলিণ্ডাৰ মূল্য; অপৰিৱৰ্তিত ঘৰুৱা চিলিণ্ডাৰৰ দাম

তেল বিপণন কোম্পানীসমূহে বাণিজ্যিক ১৯ কিলোগ্ৰাম লিকুইফাইড পেট্ৰলিয়াম গেছ (এল পি জি) চিলিণ্ডাৰৰ হাৰ ৫১.৫০ টকা হ্ৰাস কৰিছে, যিটো ১...

৫০ শতাংশ ঘাঁহনি মাটি হ্ৰাস: ৰাষ্ট্ৰীয় উদ্যানত উদ্ভিদ–প্ৰাণীৰ সহঅবস্থানৰ ওপৰত ভাবুকি

৫০ শতাংশ ঘাঁহনি মাটি হ্ৰাস: ৰাষ্ট্ৰীয় উদ্যানত উদ্ভিদ–প্ৰাণীৰ সহঅবস্থানৰ ওপৰত ভাবুকি

অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ ঘাঁহনি বিগত তিনিটা দশকত প্ৰায় ৫০ শতাংশ সংকুচিত হৈছে বুলি বিষয়াসকলে জানিবলৈ...

আয়োগ আৰু ৰাজনৈতিক দলৰ মাজত অনাস্থা দুৰ্ভাগ্যজনক: উচ্চতম ন্যায়ালয়

আয়োগ আৰু ৰাজনৈতিক দলৰ মাজত অনাস্থা দুৰ্ভাগ্যজনক: উচ্চতম ন্যায়ালয়

বিহাৰৰ ভোটাৰ তালিকাৰ ব্যাপক সংশোধনক লৈ নিৰ্বাচন আয়োগ আৰু ৰাজনৈতিক দলসমূহৰ মাজত সৃষ্টি হোৱা পৰিৱেশ। এই ঘটনা ‘দুৰ্ভাগ্যজনক’ বুলি উল্লেখ...

কেৰালাত বিফল হ’ল জালিয়াতিৰ কাণ্ড: আৰক্ষী অধীক্ষকৰ ৰূপ লৈ প্ৰৱঞ্চনাৰ চেষ্টা

কেৰালাত বিফল হ’ল জালিয়াতিৰ কাণ্ড: আৰক্ষী অধীক্ষকৰ ৰূপ লৈ প্ৰৱঞ্চনাৰ চেষ্টা

কেৰালাৰ কোল্লামত এটা চাইবাৰ জালিয়াতিৰ ঘটনা পোহৰলৈ আহিছে। অৱশ্যে  ঘটনা সংঘতিত হোৱৰ পূৰ্বেই আৰক্ষীৰ জালত পৰিল এজন প্ৰৱঞ্চক। জানিব পৰা...

আফগানিস্তানৰ ভূমিকম্পত মৃত্যুৰ সংখ্যা ৬১০ জনলৈ বৃদ্ধি : জনালে তালিবানৰ গৃহ মন্ত্ৰালয়ে

আফগানিস্তানৰ ভূমিকম্পত মৃত্যুৰ সংখ্যা ৬১০ জনলৈ বৃদ্ধি : জনালে তালিবানৰ গৃহ মন্ত্ৰালয়ে

আফগানিস্তানৰ পূব অঞ্চলত হোৱা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৬১০ লৈ বৃদ্ধি পোৱা বুলি তালিবানৰ গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ...

Page 45 of 5979 1 44 45 46 5,979

Stay Connected

Recent News