NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

উজনি অসমৰ তিনিখন জিলাৰ বানপীড়িত লোকৰ ক্ষতিপূৰণৰ দাবীত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ সপ্তম দিনটোত...

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত এতিয়া ব্ৰাজিলত জেন জি ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। ৰাজধানী ৰিঅ’ ডি জেনেইৰ’ত ৰাজপথলৈ ওলাই আহি ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ফ্লেভিঅ’ বলছ’নাৰোৰ...

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

দীৰ্ঘদিন ধৰি তেওঁ সাহিত্য চৰ্চা কৰি আহিছে। ৩০ বছৰ ধৰি শিক্ষকতাৰ সৈতে জড়িত। তাৰ মাজে মাজে সৃষ্টি কৰিছে অনবদ্য সাহিত্যৰ।...

নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ তোলপাৰৰ মাজতে ৪২গৰাকী প্ৰাক্তন ন্যায়াধীশৰ মুকলি পত্ৰ

নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ তোলপাৰৰ মাজতে ৪২গৰাকী প্ৰাক্তন ন্যায়াধীশৰ মুকলি পত্ৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু বিতৰ্কিত SIR প্ৰক্ৰিয়াৰ বিৰুদ্ধে বিৰোধী ‘INDIA’ মিত্ৰজোঁট আৰু ‘ককৰোচ জনতা পাৰ্টি’ (CJP)ৰ ধাৰাবাহিকভাৱে ৰাজপথত...

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

নানা পাটেকাৰ— ডাঙৰ পৰ্দাত তেওঁৰ দুৰ্দান্ত অভিনয়, সংলাপ নিক্ষেপৰ নিজস্ব শৈলী আৰু পৰ্দাৰ বাহিৰত তেওঁৰ সহজ জীৱনশৈলী, এই তিনিটা পৰিচয়েৰে...

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটৰ দাহোদ জিলাৰ এখন ফাৰ্মৰ পৰা এটা অত্যন্ত বিৰল প্ৰজাতিৰ দুই মূৰ আৰু চাৰিটা চকু থকা সাপ উদ্ধাৰ কৰা হৈছে।...

লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

ৰাজ্য কঁপাই যোৱা লুই বাৰ্জাৰ ঘোচ কেলেংকাৰীৰ তদন্তৰ সামৰণি মাৰিব বিচৰা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআইৰ সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া তীব্ৰ...

২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

এইবাৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু দুই নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীৰ নিযুক্তিক প্ৰত্যাহ্বান জনাই উচ্চতম...

“জ্ঞানেশ কুমাৰ গাদী এৰক!” বেংগালুৰুত চিজেপিৰ প্ৰতিবাদত ধ্ৰুৱ ৰাঠী আৰু প্ৰকাশ ৰাজ

“জ্ঞানেশ কুমাৰ গাদী এৰক!” বেংগালুৰুত চিজেপিৰ প্ৰতিবাদত ধ্ৰুৱ ৰাঠী আৰু প্ৰকাশ ৰাজ

ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াত হোৱা অনিয়মৰ অভিযোগ তুলি বৃহস্পতিবাৰে বেংগালুৰুৰ ফ্ৰীডম পাৰ্কত ককৰোচ জনতা পাৰ্টীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দিল্লীত হাই এলাৰ্ট! নিৰ্বাচন আয়ুক্তৰ বাসভৱনৰ বাহিৰত কটকটীয়া নিৰাপত্তা

দিল্লীত হাই এলাৰ্ট! নিৰ্বাচন আয়ুক্তৰ বাসভৱনৰ বাহিৰত কটকটীয়া নিৰাপত্তা

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু নিৰ্বাচন আয়োগৰ কাৰ্যকলাপৰ বিৰুদ্ধে সমগ্ৰ দেশত তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে দিল্লী আৰক্ষীয়ে লোকসভাৰ...

Page 46 of 6726 1 … 45 46 47 … 6,726

Stay Connected

Recent News