পঞ্চ তাৰকাযুক্ত হোটেলতো খাদ্য সুৰক্ষাৰ ভয়ংকৰ ছবি! ম্যাদ উকলি যোৱা গাখীৰ, শাক-পাচলিত ভেঁকুৰ
নামী-দামী পঞ্চ তাৰকাযুক্ত হোটেলত খাদ্যৰ মান আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা সন্দৰ্ভত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে বেংগালুৰুত। খাদ্য সুৰক্ষা বিভাগে চলোৱা অভিযানত কেইবাখনো...














