• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

পুটিনে সকীয়াই দিয়ে যে ইউৰোপৰ সৈতে সম্ভাৱ্য যুদ্ধৰ বাবে ৰাছিয়া সাজু। যদি উত্তেজনা এনে এটা পৰ্যায় পায় যে যুদ্ধ অনিবাৰ্য হৈ পৰে, তেন্তে কোনো পক্ষই জয়ী নহ’ব।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2026 1:43 pm
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ফটোঃ সংগ্ৰহীত।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কয় যে ৰাছিয়া ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সম্পূৰ্ণৰূপে সাজু। অৱশ্যে মস্কোৱে এনে সংঘাত নিবিচাৰে। ব্ৰিটেইনৰ আগশাৰীৰ সংবাদ মাধ্যম দ্য টেলিগ্ৰাফে এই খবৰ প্ৰকাশ কৰিছে।

খবৰ অনুসৰি নৰৱে আৰু ফিনলেণ্ডৰ নেতাৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰাৰ পিছত বৃহস্পতিবাৰে (২৯ অক্টোবৰ) ৰাষ্ট্ৰপতি পুটিনে এই মন্তব্য কৰে। ফোনত হোৱা বাৰ্তালাপৰ অন্তত পুটিনে ইউৰোপীয় দেশসমূহৰ সৈতে সম্পৰ্ক পুনৰুদ্ধাৰৰ বাবে গ্ৰহণ কৰা পদক্ষেপক সমৰ্থন কৰা বুলি কয়।

অৱশ্যে একে সময়তে তেওঁ সকীয়াই দিয়ে যে ইউৰোপৰ সৈতে সম্ভাৱ্য যুদ্ধৰ বাবে ৰাছিয়া সাজু। যদি উত্তেজনা এনে এটা পৰ্যায় পায় যে যুদ্ধ অনিবাৰ্য হৈ পৰে, তেন্তে কোনো পক্ষই জয়ী নহ’ব। ২০৩০ চনৰ ভিতৰত ৰাছিয়াৰ সৈতে সম্ভাৱ্য সংঘাতৰ বাবে পশ্চিমীয়া দেশসমূহে প্ৰস্তুতি চলাইছে। এই প্ৰসংগত পুটিনে কয়, ‘আমি সাজু, কিন্তু আমি ইউৰোপৰ সৈতে যুদ্ধ নিবিচাৰো। কিন্তু তেওঁলোকৰ কোনোবাই যদি যুদ্ধৰ বাবে প্ৰস্তুতি চলাব বিচাৰে তেন্তে তেওঁলোকে তেনে কৰিব পাৰে।’

Apply Now

২০২৫ চনৰ ডিচেম্বৰ মাহতো পুটিনে একেধৰণৰ স্থিতি প্ৰকাশ কৰিছিল। সেই সময়ত তেওঁ কৈছিল, ‘আমি ইউৰোপৰ সৈতে যুদ্ধলৈ যোৱাৰ পৰিকল্পনা কৰা নাই। কিন্তু যদি ইউৰোপে হঠাতে আমাৰ বিৰুদ্ধে যুঁজিবলৈ সিদ্ধান্ত লয় আৰু আৰম্ভ কৰে, তেন্তে আমি এতিয়াও সাজু আছো।’

বৃহস্পতিবাৰে পুটিনে লগতে কয় যে পশ্চিমে ৰাছিয়াৰ কৌশলগত পৰাজয় নিশ্চিত কৰাৰ লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, ‘যদি ৰাছিয়া আৰু ইউৰোপৰ মাজত যুদ্ধ হয়, তেন্তে কোনো পক্ষই জয়ী নহ’ব’। তেওঁ ইউৰোপীয় দেশসমূহক এই সত্যটো ‘পাহৰি নাযাবলৈ’ আহ্বান জনায়।

ইয়াৰ পূৰ্বে পুটিনে ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবছ আৰু নৰৱেৰ প্ৰধানমন্ত্ৰী জ’নাছ গাহৰ ষ্টৰ্টিঙৰ সৈতে ফোনযোগে কথা পাতিছিল। ৰাছিয়াৰ নেতাগৰাকীয়ে কয় যে ইউৰোপীয় নেতাসকলে নিজেই এই ফোনালাপৰ আৰম্ভণি কৰিছিল। আলোচনাক তেওঁ সঠিক দিশত এক পদক্ষেপ বুলি অভিহিত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

October 30, 2026 1:43 pm
পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

October 30, 2026 12:56 pm
চুবুৰীয়াৰ গাড়ীৰ কাষেৰে পাৰ হৈ গ’লেই বাজি উঠে এলাৰ্ম! খঙৰ ভমকত গাড়ীয়ে জ্বলাই দিলে ব্যক্তিয়ে

চুবুৰীয়াৰ গাড়ীৰ কাষেৰে পাৰ হৈ গ’লেই বাজি উঠে এলাৰ্ম! খঙৰ ভমকত গাড়ীয়ে জ্বলাই দিলে ব্যক্তিয়ে

October 30, 2026 12:02 pm
ভূটানৰ হিমবাহৰ হ্ৰদ ভাঙি ভয়াবহ বান! অসম আৰু উত্তৰ বংগত বানৰ আশংকা, জাৰি সতৰ্কতা

ভূটানৰ হিমবাহৰ হ্ৰদ ভাঙি ভয়াবহ বান! অসম আৰু উত্তৰ বংগত বানৰ আশংকা, জাৰি সতৰ্কতা

October 30, 2026 10:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

October 30, 2026 1:43 pm
পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

October 30, 2026 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd