NE NOW NEWS

মিন্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

WhatsApp-Image-2019-03-13-at-4.50.37-PM

অগপৰ সাধাৰণ পৰিষদৰ বৈঠক অবিহনে বিজেপিৰে মিত্ৰতা : অন্ধকাৰত প্ৰফুল্ল কুমাৰ মহন্ত

মঙলবাৰে মাজনিশা গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত অগপ আৰু বিজেপিৰ ৰুদ্ধদ্বাৰ বৈঠকৰ অন্তত দুয়োটা দলে আগন্তুক নিৰ্বাচনত একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ...

গোলাঘাট জিলা কংগ্ৰেছৰ উপ সভাপতি মুনীন শৰ্মাৰ দেহাৱসান

গোলাঘাট জিলা কংগ্ৰেছৰ উপ সভাপতি মুনীন শৰ্মাৰ দেহাৱসান

গোলাঘাট জিলা কংগ্ৰেছৰ উপ সভাপতি, জিলা পৰিষদৰ প্ৰাক্তন উপ সভাপতি মুনীন্দ্ৰ নাথ শৰ্মাৰ যোৱা নিশা হৃদৰোগত আক্ৰান্ত হৈ পৰলোক প্ৰাপ্তি...

Lachit Bordoloi

তৃণমূল কৰ্মীক প্ৰবঞ্চনা কৰি বিজেপিৰে মিত্ৰতা কৰা বিশ্বাসঘাতক অগপত নাথাকে লাচিত

আঞ্চলিকতাবাদ তথা জাতীয়তাবাদত বিশ্বাসী অসমৰ জনসাধাৰণক অন্ধকাৰত ৰাখি অসম গণ পৰিষদ দলৰ কেইজন মান স্বাৰ্থলোভী নেতাই পুনৰ এবাৰ বিজেপিৰে মিত্ৰতা...

Mizoram-BJP-President

মিত্ৰতাৰ বাবে নাহিল কোনো আগবাঢ়ি : অকলেই নিৰ্বাচন খেলাৰ সিদ্ধান্ত মিজোৰাম বিজেপিৰ

আগন্তুক লোকসভা নিৰ্বাচন আৰু উপ নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে মিজোৰাম বিজেপি। ৰাজ্যখনত আগন্তুক নিৰ্বাচনত বিজেপি অকলেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি...

Congress-770x433

আজি বিয়লি কংগ্ৰেছৰ চৈধ্যজনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ পূৰ্ণ সম্ভাৱনা

আগন্তুক লোকসভা নিৰ্বাচনকলৈ ককালত টঙালি বান্ধিছে অসম প্ৰদেশ কংগ্ৰেছে। এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি আজি বিয়লিৰ ভাগলৈ...

Puranigudam Minar

নভঙাকৈ স্থানান্তৰিত হ’ব পুৰণিগুদামৰ ১১২ বছৰীয়া সু-উচ্চ ঐতিহাসিক মছজিদৰ ‘মিনাৰ’

হিন্দু-মুছলমানৰ জাউতিযুগীয়া সম্প্ৰীতিৰ ধ্বজাবাহক হিচাবে গৌৰৱময় ইতিহাস সামৰি আজিও শিৰ উচ্চ কৰি নগাঁও জিলাৰ পুৰণিগুদামৰ ন আলিমুৰৰ বৰ মছজিদত ঠিয়...

Road accident

মঙলদৈত বাইক আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত এজনৰ মৃত্যু

মঙলদৈত মঙলবাৰে নিশা সংঘটিত হোৱা এটা শোকাৱহ পথ দুৰ্ঘটনাত শৰৎ ডেকা নামৰ এজন লোকৰ মৃত্যু হয়। মৃত্যু হোৱা লোকজন মঙলদৈৰ...

Conrad sangma

অতুল বৰাই নোৱাৰিলেও কনৰাড চাংমাৰ ঘোষণা : বিজেপিৰ সৈতে নহয় এন পি পিয়ে নিজৰ শক্তিৰে নিৰ্বাচন খেলিব

লোকসভা নির্বাচনৰ পূৰ্বে এন পি পিয়ে বিজেপিৰ সৈতে কোনোধৰণৰ মিত্ৰতা নকৰাৰ ঘোষণা কৰিছে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই। মঙলবাৰে গুৱাহাটীৰ...

Hima Das

ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেশ্বন কাপলৈ ৰাওনা হিমা সহিতে অসমৰ এথলেটিকছ দল

পাটিয়ালাত অনুষ্ঠিত হ’বলগীয়া ২৩ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেশ্বন কাপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে মঙলবাৰে ৰাতিপুৱা গুৱাহাটী গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান...

Page 4506 of 5977 1 4,505 4,506 4,507 5,977

Stay Connected

Recent News