NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

সুৰা-ট্ৰেজেডি : নিহত ব্যক্তিৰ পৰিয়াললৈ ২ লাখ, চিকিৎসাধীন লোকলৈ ৫০ হাজাৰ টকা ঘোষণা মুখ্য মন্ত্ৰীৰ

সুৰা-ট্ৰেজেডি : নিহত ব্যক্তিৰ পৰিয়াললৈ ২ লাখ, চিকিৎসাধীন লোকলৈ ৫০ হাজাৰ টকা ঘোষণা মুখ্য মন্ত্ৰীৰ

বিষাক্ত সুৰাপান কৰি গুৰুতৰভাৱে অসুস্থ হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা লোকসকলক আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাক্ষাৎ কৰি...

দুৰ্ঘটনাত পতিত প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰী, বিধায়ক নৰেন সোণোৱালৰ বাহন

দুৰ্ঘটনাত পতিত প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰী, বিধায়ক নৰেন সোণোৱালৰ বাহন

আজি গুৱাহাটীৰ পৰা গোলাঘাটলৈ গৈ থকা অৱস্থাত ৰহাৰ দীঘলীআটিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰৰ...

Margherita

গোলাঘাট চুলাই মদ কাণ্ড; মাৰ্ঘেৰিটাত পৰিমল শুক্ল বৈদ্যৰ পুত্তলিকা দাহ

বিষাক্ত সুৰাপান কৰি গোলাঘাট জিলাত প্ৰায় শতাধিক লোকৰ মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি যোৱা সময়তে আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী...

প্ৰাণৰ মমতাত উজাগৰী নিশা কটাই ঘৰলৈ উভতিল অসমৰ শিল্পী

প্ৰাণৰ মমতাত উজাগৰী নিশা কটাই ঘৰলৈ উভতিল অসমৰ শিল্পী

অৰুণাচল প্ৰদেশত চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণৰ বাবে যোৱা অসমৰ শিল্পী দলে এক অভাৱনীয় পৰিবেশত কোনোমতে প্ৰাণ বচাব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়।...

29anna-ameesha1

অহা মাৰ্চত মুকলি হ’ব ‘বক্সিং সম্ৰাজ্ঞী’ মেৰীকমৰ জীৱন ভিত্তিক তথ্যচিত্ৰ

ছয় বাৰৰ বিশ্ব কাপ বিজয়ী বক্সাৰ মেৰীকমৰ জীৱন ভিত্তিক এখন তথ্যচিত্ৰ ক্ৰীড়াপ্ৰেমীসকলে অতি সোনকালেই টিভি স্ক্ৰীনত দেখিবলৈ পাব। কানাডাৰ আন্না...

টি-২০ ক্ৰিকেটত কেনিয়াক অতিক্ৰমি নাগালেণ্ডৰ বিশ্ব অভিলেখ

টি-২০ ক্ৰিকেটত কেনিয়াক অতিক্ৰমি নাগালেণ্ডৰ বিশ্ব অভিলেখ

ছৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেটত নাগালেণ্ডে গঢ়িলে বৃহৎ পৰাজয়ৰ বিশ্ব অভিলেখ। অন্ধ্ৰপ্ৰদেশৰ বিৰুদ্ধে ১৭৯ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্তহৈ অনাকাংক্ষিত অভিলেখৰ...

nrc-data

বিদেশী ন্যায়াধিকৰণৰ জাননীত ক্ষুব্ধ তিনি সেনা জোৱান ভাতৃ

বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত সৰুহৰিদ গাঁৱৰ বাসিন্দা প্ৰয়াত আব্দুল হামেদৰ তিনিজন পুত্ৰই ভাৰতীয় সেনা জোৱান হোৱাৰ পাছতো পৰিয়ালটোৰ সদস্যসকলৰ...

golaghat-hooch

গোলাঘাটৰ বিষাক্ত সুৰা সেৱনৰ ঘটনাত মৃতকৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি

গোলাঘাট জিলাত বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি পাইছে। এতিয়াও বহু লোক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি...

3fe43a76-64aa-4854-9873-3ccabf7ca442

কিহৰ বাবে জ্বলিছে অৰুণাচল প্ৰদেশ, ইটানগৰত প্ৰতিবাদকাৰীৰ তাণ্ডৱ?

অৰুণাচল প্ৰদেশত বসবাস কৰি থকা দেউৰী আৰু মৰাণ সকলক ৰাজ্যখনৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়াৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰাৰ পাছতে...

Page 4540 of 5977 1 4,539 4,540 4,541 5,977

Stay Connected

Recent News