• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদেশী ন্যায়াধিকৰণৰ জাননীত ক্ষুব্ধ তিনি সেনা জোৱান ভাতৃ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2019 11:45 am
nrc-data

বৰপেটা বিদেশী ন্যায়াধীকৰণ আদালত। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত সৰুহৰিদ গাঁৱৰ বাসিন্দা প্ৰয়াত আব্দুল হামেদৰ তিনিজন পুত্ৰই ভাৰতীয় সেনা জোৱান হোৱাৰ পাছতো পৰিয়ালটোৰ সদস্যসকলৰ নামত বিদেশী ন্যায়াধিকৰণৰ গোচৰৰ জাননী প্ৰেৰণ কৰাত ক্ষুব্ধ হৈ পৰিছে পৰিয়ালটো। বিষয়টোক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।

জানিব পৰা মতে, ভাৰতীয় সেনা জোৱান হিচাপে কৰ্মৰত পৰিয়ালটোৰ তিনিজন ভাতৃ ক্ৰমে ছহিদুল ইছলাম, দেলবৰ হুছেইন আৰু মিজানুৰ ৰহমানৰ লগতে ডাঙৰ ভাতৃ ৰুস্তম আলী, মাতৃ খোদেজা বেগম আৰু প্ৰয়াত পিতৃ আব্দুল হামেদৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণে বিগত বৰ্ষৰ ২৪ অক্টোবৰত বিদেশী ন্যায়াধিকৰণৰ গোচৰৰ জাননী প্ৰেৰণ কৰিছিল।

Apply Now

আনহাতে,পৰিয়ালটোৰ মুৰব্বী আব্দুল হামেদৰ নামত ১৯৫১ চনৰ এন আৰ চি, ১৯৬৬, ১৯৭০ আৰু ১৯৭১ চনৰ ভোটাৰ তালিকাৰ উপৰি ১৯৫৪ চনৰ মাটি-বাৰীৰ প্ৰমাণ-পত্ৰৰ লগতে আন যাৱতীয় নথি-পত্ৰ মজুত আছে।

ইয়াৰ পাছতো কোনো তদন্ত নকৰাকৈ পৰিয়ালটোৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত সৰভোগ সীমান্ত শাখাৰ এছ আই (বি) শিৱ ৰাম কোঁৱৰে একপক্ষীয়ভাৱে গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।

আনহাতে, ঘটনা সন্দৰ্ভত ভাৰতীয় সেনাৰ কলকাতাৰ কাচৰাপাৰা ৰেজিমেণ্টৰ উচ্চপদস্থ বিষয়াইয়ো মুখ্য মন্ত্ৰী, গৃহ মন্ত্ৰী, আৰক্ষী সঞ্চালক, বৰপেটাৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আদিলৈ গোচৰটো নিষ্পত্তি কৰি ভাৰতীয় নাগৰিক সেনা জোৱানকেইজনক দেশ সেৱাৰ সুযোগ দিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বৰডাংগা গাঁৱত স্থায়ীভাৱে বসবাস কৰি থকা পৰিয়ালটোৱে ২০০৩ চনত বেঁকী নদীৰ বিধ্বংসী খহনীয়াৰ ফলত সৰুহৰিদ গাঁৱলৈ স্থানান্তৰিত হৈছিল। ইপিনে, বিদেশী ন্যায়াধীকৰণত গোচৰ তৰা এছ আই (বি) শিৱ ৰাম কোঁৱৰে কোনো ধৰণৰ চৰজমিন তদন্ত অবিহনে কেৱল সৰুহৰিদ গাঁৱৰ গাঁওবুঢ়া ধনেশ্বৰ দাস আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদক উদিত দাসৰ আনুমানিক সাক্ষ্যৰ ওপৰত ভিত্তি কৰি পৰিয়ালটোৰ সদস্যসকলৰ নামত বিদেশী ন্যায়াধিকৰণৰ গোচৰ ৰুজু কৰা বুলি পৰিয়ালটোৱে অভিযোগ তুলিছে।

আদালতলৈ বুলি তাঁত বাতি কাঢ়িবলগীয়া হোৱা ভাৰতীয় সেনা জোৱান ভাতৃত্ৰয় এইক্ষেত্ৰত ক্ষুব্ধ হৈ পৰিছে। দেশৰ সেৱাত জীৱন উৎসৰ্গিত সেনা জোৱানৰে য’ত এনে অৱস্থা তাত সাধাৰণ নাগৰিকে কিমান মানসিক নিৰ্যাতন ভূগিবলগীয়া হ’ব পাৰে সেয়া সহজেই অনুমেয়।

ভুক্তভোগী পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে শীঘ্ৰে গোচৰটো নিষ্পত্তি কৰি প্ৰকৃত ভাৰতীয় নাগৰিক সেনা জোৱানকেইজনক দেশ সেৱাৰ সুযোগ দিবলৈ প্ৰশাসন তথা চৰকাৰক দাবী জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd