NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

52874811_2319238324977805_468770374411091968_n

বিজেপিৰ সুশাসনত বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি পুৰি মৰিছে : সোণোৱাল

‘’বিজেপি নেতৃত্বৰ ৰাজ্য চৰকাৰখনে এক সুশাসন ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনক মৰ্যাদা প্ৰদান কৰিবলৈ সক্ষম হৈছে। তাৰবাবে বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি পুৰি...

ATM

শিৱসাগৰ আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ এ টি এমৰ পৰা চোৰে লুটিলে বৃহৎ পৰিমাণৰ ধন

শিৱসাগৰ চহৰত ইটোৰ পাছত সিটো ডকাইতৰ ঘটনা সংঘটিত হৈ অহাৰ পাছত আজি পুনৰ আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি চহৰস্থিত এটা...

বাংলাদেশৰ ৰাজধানী ঢাকাত ভয়ংকৰ অগ্নিকাণ্ড : মৃতকৰ সংখ্যা ৬৯ জনলৈ বৃদ্ধি

বাংলাদেশৰ ৰাজধানী ঢাকাত ভয়ংকৰ অগ্নিকাণ্ড : মৃতকৰ সংখ্যা ৬৯ জনলৈ বৃদ্ধি

বাংলাদেশৰ ৰাজধানী ঢাকাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এতিয়ালৈ লাভ কৰা খবৰ অনুসৰি অগ্নিকাণ্ডটোত ৬৯জন লোকৰ মৃত্যু হয়। মৃতকৰ সংখ্যা আৰু...

শ্ৰীনাথ বৰুৱা আৰু দিলীপ বৰুৱা আয়োগক অপমানেৰে ১ মাৰ্চৰ পৰা ছেবাই বন্ধ কৰিব মাণ্ডলিক কাৰ্য্যালয়

শ্ৰীনাথ বৰুৱা আৰু দিলীপ বৰুৱা আয়োগক অপমানেৰে ১ মাৰ্চৰ পৰা ছেবাই বন্ধ কৰিব মাণ্ডলিক কাৰ্য্যালয়

ছাত্ৰ-ছাত্ৰীৰ সমস্যাক পিঠি দি মাৰ্চৰ ১ মাৰ্চৰ পৰা বন্ধ হ’ব ছেবাৰ যোৰহাট আৰু শিলচৰত থকা মাণ্ডলিক কাৰ্য্যালয়। উচ্চস্তৰীয় সমিতিৰ বৈঠকত...

Sikkim Football

ভাৰতীয় ছিনিয়ৰ মহিলা দলত অন্তৰ্ভুক্ত ছিকিমৰ দুগৰাকী মহিলা ফুটবলাৰ

ছিকিমৰ দুগৰাকী মহিলা ফুটবলাৰে ভাৰতীয় ছিনিয়ৰ দলত অন্তৰ্ভুক্ত হোৱাৰ খবৰে সম্প্ৰতি উৎফুল্লিত কৰি তুলিছে ৰাজ্যখনৰ ক্ৰীড়া প্ৰেমীসকলক। খেলুৱৈ দুগৰাকীয়ে তুৰ্কিচ...

লোকসভাৰ পূৰ্বে নেডাত ভাঙোন, মেঘালয়ত য়ু ডি পিয়ে এৰিলে সংগ

লোকসভাৰ পূৰ্বে নেডাত ভাঙোন, মেঘালয়ত য়ু ডি পিয়ে এৰিলে সংগ

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগলৈ বিজেপিৰ আঁকোৰগোজ স্থিতিৰ বাবে এইবাৰ নেডাৰ পৰা পদত্যাগ কৰিলে মেঘালয়ৰ ৰাজনৈতিক দল য়ু ডি পিয়ে (য়ুনাইটেড...

drugs-570x320

৩.৬ কোটি টকা মূল্যৰ ব্ৰাউন ছুগাৰসহ আটক ম্যানমাৰৰ মহিলা

ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক অভিযানত ২০ ফেব্ৰুৱাৰি অৰ্থাৎ বুধবাৰে ম্যানমাৰৰ এগৰাকী ৩৫ বছৰীয়া মহিলাক ড্ৰাগছ সৰবৰাহৰ অভিযোগত মণিপুৰৰ মোৰেহৰ পৰা...

Siddhartha-Bhattacharya-768x882

ৰাজ্যত খালী হৈ আছে ১৯,২৩০টা উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষকৰ পদ

বিগত চৰকাৰ সমূহৰ দৰে পৰিবর্তনকামী বিজেপি চৰকাৰৰ দিনতো অসমৰ শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে প্ৰতিখন বিদ্যালয়তে পৰ্যাপ্ত পৰিমানৰ শিক্ষক নিযুক্তি...

BSNL-4G Union Cabinet approves revival plan of BSNL and MTNL and in-principle merger of the two

দেশজুৰি বি এছ এন এল কৰ্মীৰ কৰ্মবিৰতি : উত্তৰ-পূবত ব্যাহত নহয় পৰিসেৱা

ভাৰত সঞ্চাৰ নিগম লিমিটেড কৰ্তৃপক্ষই সৰ্বভাৰতীয় পৰ্য্যায়ত ঘোষণা কৰা তিনিদিনীয়া কৰ্মবিৰতিৰ ফলত অসমৰ লগতে উত্তৰ-পূবত ইয়াৰ পৰিসেৱা সমূহ বিঘ্নিত নহয়...

tea

পুলৱামা কাণ্ডৰ প্ৰভাৱ! পাকিস্তানবাসীয়ে নাপাব অসমৰ চাহৰ সোৱাদ

জম্মু-কাশ্মীৰৰ পুলৱামাত শেহতীয়াকৈ সংঘটিত আত্মঘাতী আক্ৰমণৰ পাছতে ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ফলত অসমৰ চাহৰ সোৱাদ লোৱাৰ পৰা বঞ্চিত হৈছে...

Page 4547 of 5978 1 4,546 4,547 4,548 5,978

Stay Connected

Recent News