• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শ্ৰীনাথ বৰুৱা আৰু দিলীপ বৰুৱা আয়োগক অপমানেৰে ১ মাৰ্চৰ পৰা ছেবাই বন্ধ কৰিব মাণ্ডলিক কাৰ্য্যালয়

NE NOW NEWS
গুৱাহাটী , February 21, 2019 12:39 pm

2 min read

শ্ৰীনাথ বৰুৱা আৰু দিলীপ বৰুৱা আয়োগক অপমানেৰে ১ মাৰ্চৰ পৰা ছেবাই বন্ধ কৰিব মাণ্ডলিক কাৰ্য্যালয়

ছেবাৰ মুখ্য কাৰ্য্যলয়ৰ আলোকচিত্ৰ

763
VIEWS
Share on FacebookShare on Twitter

ছাত্ৰ-ছাত্ৰীৰ সমস্যাক পিঠি দি মাৰ্চৰ ১ মাৰ্চৰ পৰা বন্ধ হ’ব ছেবাৰ যোৰহাট আৰু শিলচৰত থকা মাণ্ডলিক কাৰ্য্যালয়। উচ্চস্তৰীয় সমিতিৰ বৈঠকত সমগ্ৰ দিশ পৰ্য্যালোচনা চলাই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ছেবাৰ কৰ্তৃপক্ষই জানিবলৈ দিছে।

উল্লেখযোগ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে শ্ৰীনাথ বৰুৱা আৰু দিলীপ বৰুৱা আয়োগৰ পৰামৰ্শ অনুসৰি শিলচৰ আৰু যোৰহাটত ছেবাৰ মাণ্ডলিক কাৰ্য্যালয় দুটা স্থাপন কৰা হৈছিল। ছেবা কৰ্তৃপক্ষৰ অবহেলাৰ বাবে দুই এজন কৰ্মচাৰীৰে নাম মাত্ৰ  চলি থকা কাৰ্য্যালয় দুটা উন্নয়নৰ পৰিবৰ্তে বন্ধ কৰাৰ সিদ্ধান্তত দল, সংগঠন সমূহৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মাণ্ডলিক কাৰ্য্যালয় দুটা বন্ধ কৰি দিয়াৰ ফলত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলে সন্মুখিন হ’ব পৰা সকলো অসুবিধা সমাধানৰ ক্ষেত্ৰত ছেবাৰ তৰফৰ পৰা পদক্ষেপ লোৱা হ’ব বুলি স্পষ্ট কৰি দিয়া হয়।

আনহাতে, ছেবাই বিদ্যায়তনিক দিশ আৰু পৰীক্ষা সংক্ৰান্তীয় বিষয় সমূহ চোৱা-চিতা কৰাৰ বাবে প্ৰতিখন জিলাতে তিনিজন সদস্যযুক্ত একোখন স্থানীয় সমিতি গঠন কৰাৰ সিদ্ধান্ত লৈছে। নতুনকৈ গঠন হ’বলগা সমিতিখনে ছাত্ৰ-ছাত্ৰী সকলক অনলাইন আবেদন, এডমিট কাৰ্ডৰ শুধৰণি, পঞ্জীয়ণ কাৰ্ড, মাৰ্ক শ্বিট আদি বিষয়ত সহায় কৰিব।

স্থানীয় সমিতিখন ১ মাৰ্চৰ পৰা কাৰ্য্যকৰী হ’ব বুলি ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে। ফলাফল ঘোষণাৰ পাছত পৰিক্ষাৰ্থী সকলৰ উত্তৰ বহীৰ পুনৰ মূল্যাংকনৰ আবেদনো জিলা স্থানীয় সমিতিখনে গ্ৰহণ কৰিব বুলি ছেবা কৰ্তৃপক্ষই অৱগত কৰিছে।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd