NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Papri banerjee_Profile and Post

কাশ্মীৰৰ ঘটনাক লৈ ফেইচবুক পোষ্ট দিয়া সহকাৰী অধ্যাপিকা পাপৰি বেনাৰ্জীক আটক, সোধা-পোছা চানমাৰি থানাৰ

কাশ্মীৰৰ পুলৱামাত ১৪ ফেব্ৰুৱাৰিত সংঘটিত ভংয়কৰ বোমা বিস্ফোৰণক লৈ ফেইচবুকত দিয়া এটা পোষ্টে বিতৰ্ক সৃষ্টি কৰাৰ পিছত চানমাৰি থানাই গুৱাহাটীৰ...

Maneshwar Basumatary Family and Last rite

চৰকাৰৰ অমানৱীয় অন্যায়; পৰিয়ালে চাবলৈ খুলি দিয়া নহ’ল চহিদ মনেশ্বৰ বসুমতাৰীৰ কফিন

কাশ্মীৰত চহিদ হোৱা মনেশ্বৰ বসুমতাৰীৰ মৃত্যুত শোকদগ্ধ পৰিয়ালটোৰ প্ৰতি আন এক অন্যায় কৰা হ’ল। এই কথা পোহৰলৈ আহিছে ১৭ ফেব্ৰুৱাৰিত,...

শিৱসাগৰত প্ৰশাসন আৰু আইন সেৱা প্ৰাধিকৰণ উদ্যোগত আইন সেৱা শিবিৰ

শিৱসাগৰত প্ৰশাসন আৰু আইন সেৱা প্ৰাধিকৰণ উদ্যোগত আইন সেৱা শিবিৰ

শিৱসাগৰ জিলা আইন সেৱা প্ৰাধিকৰণ আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ যৌথ উদ্যোগত ১৭ ফেব্ৰুৱাৰিত আঠাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এখন আইন...

Suren Phukan

বিজেপি বিধায়ক সুৰেন ফুকনলৈ আঙুলি টোঁৱাই চোঁচা ল’লে ডিগবৈৰ যুৱকে; ভিডিঅ’ ভাইৰেল

ডিগবৈত ১৭ ফেব্ৰুৱাৰিত এটা অনুষ্ঠানত ভাগ ল'বলৈ গৈ সমষ্টিটোৰ বিজেপি বিধায়ক সুৰেন ফুকনে নিজৰ অভব্য আচৰণৰ বিনিময়ত পালে একেই অভব্য...

জাগুনত বনৰীয়া হাতীৰ উপদ্ৰৱ; ৩টা বাসগৃহ লণ্ড-ভণ্ড

জাগুনত বনৰীয়া হাতীৰ উপদ্ৰৱ; ৩টা বাসগৃহ লণ্ড-ভণ্ড

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনত বিগত ৩-৪ মাহ ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱত ৰাইজে বিনিদ্ৰ ৰজনী কটোৱাৰ সময়তে আজি পুৱা জাগুনৰ...

Garav Gogoi at kandhulimari.photo.jpg 1

ধিঙৰ বিধায়ক আমিনুল ইছলাম বিজেপিৰ এজেন্ট : গৌৰৱ গগৈ

শেহতীয়াকৈ কাশ্মীৰত পাকিস্তানী উগ্ৰপন্থীৰ হাতত ৪৪ জন জোৱানৰ মৃত্যুক কেন্দ্ৰ কৰি ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে কৰা বিতৰ্কিত মন্তব্যক সাংসদ...

Accident-750x375-1-1

তিনিচুকীয়াৰ লেখাপানীত ডাম্পাৰৰ খুন্দাত এজন নিহত

আজি সন্ধিয়া তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিৰাপ গে'ট তিনিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোকৰ...

ধনশিৰিমুখৰ পটভূমিত নিৰ্মিত হেম চন্দ্ৰ বৰাৰ ‘দিবাস্বপ্ন’ই মুহিলে বোকাখাতৰ দৰ্শকক

ধনশিৰিমুখৰ পটভূমিত নিৰ্মিত হেম চন্দ্ৰ বৰাৰ ‘দিবাস্বপ্ন’ই মুহিলে বোকাখাতৰ দৰ্শকক

বিদেশী নাগৰিক বহিস্কাৰৰ পটভূমিত নিৰ্মিত 'সংকল্প' নামৰ ছবিখনেৰে সন্মান লাভ কৰিবলৈ সক্ষম হোৱা চলচ্চিত্ৰ নিৰ্মাতা হেম চন্দ্ৰ বৰাৰ নতুন অসমীয়া...

truck-mangaldai-

দৰং আৰক্ষীৰ জালত পৰিল ছয়খন কয়লা ভৰ্তি ট্ৰাক

তিনিচুকীয়াৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহৰ উদ্দেশ্যে চোৰাংকৈ কঢি়য়াই অনা ছয়খন কয়লা ভৰ্তি ট্ৰাক শনিবাৰে নিশা দৰং আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।...

Nitish-Kumar

অসম, মণিপুৰত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব জে ডি (য়ু)ৱে

আগন্তুক লোকসভা নিৰ্বাচনত উত্তৰ-পূৰ্বাঞ্চলৰ দুখন ৰাজ্য অসম আৰু মণিপুৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিহাৰৰ শাসকীয় জনতা দল য়ুনাইটেডে। সংবাদ প্ৰতিষ্ঠানক দলৰ সাধাৰণ...

Page 4557 of 5981 1 4,556 4,557 4,558 5,981

Stay Connected

Recent News