• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম, মণিপুৰত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব জে ডি (য়ু)ৱে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 17, 2019 8:02 pm

1 min read

Nitish-Kumar
678
VIEWS
Share on FacebookShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনত উত্তৰ-পূৰ্বাঞ্চলৰ দুখন ৰাজ্য অসম আৰু মণিপুৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিহাৰৰ শাসকীয় জনতা দল য়ুনাইটেডে।

সংবাদ প্ৰতিষ্ঠানক দলৰ সাধাৰণ সম্পাদক আফাক আহমেদ খানে জানিবলৈ দিয়া মতে দলে এই দুখন ৰাজ্যত প্ৰাৰ্থিত্ব প্ৰদান কৰিব। অৱশ্যে কিমানখন আসনত প্ৰাৰ্থিত্ব আগবঢ়াব সেয়া তেওঁ সদৰী কৰা নাই। মূলত: তেওঁলোকে ধৰ্মনিৰপেক্ষতা আৰু উন্নয়নৰ কাৰ্যসূচীৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব।

জে ডি য়ুৱে উত্তৰ-পূৰ্বাঞ্চলত নাগালেণ্ডৰ এনডিপিপি নেতৃত্বাধীন চৰকাৰখন অংশ হোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে অসমত ব্যাপকৰূপত সৃষ্টি হোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনলৈও সমৰ্থন আগবঢ়াইছে।

দলটোৰ প্ৰতিনিধিয়ে গুৱাহাটীলৈ আহি বিধেয়ক বিৰোধী আন্দোলনৰ সৈতে জড়িত বিভিন্ন দল-সংগঠনৰ সৈতে মিলিত হোৱাৰ উপৰি ৰাজ্যসভাত বিধেয়কখনৰ বিৰুদ্ধে ভোট দিয়াৰ কথা ঘোষণা কৰিছিল।

ইপিনে, খানে শনিবাৰে সংবাদ প্ৰতিষ্ঠানৰ আগত বিধেয়ক বিৰোধী আন্দোলনত তেওঁলোকক সহযোগ কৰা সকলোকে অভিনন্দন জনাই কয় যে এয়া মাথোঁ সাময়িক সকাহহে আৰু সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজ এতিয়াও শেষ হোৱা নাই। তেওঁ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে এই শক্তিসমূহৰ বিৰুদ্ধে সতৰ্ক আৰু ঐক্যবদ্ধ হৈ থাকিব লাগিব বুলিও কয়।

 

Recent News

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

brazil-1

উৰিবলৈ লোৱাৰ সময়তে ৰাণৱেত দপদপাই জ্বলি উঠিল বিমান: খেলুৱৈসহ নিহত বহুজন

WhatsApp Image 2021-01-25 at 10.33.45 AM

বেলতলা জামে মছজিদত অচিনাকি যুৱকৰ দলে নামাজ পঢ়াক লৈ উত্তেজনা; ৯জনক আটক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd