NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

550250-apsc-678x381-1-570x320-1-1-750x375

এপিএছচি কেলেংকাৰি : ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পালৰ আত্মসমৰ্পণৰ বাবে আৰক্ষীৰে যোগাযোগ

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি কেলেংকাৰিৰ মূল অভিযুক্ত ৰাকেশ পালৰ অন্যতম সহযোগী ভাতৃ ৰাজীৱ পালে আত্মসমৰ্পন কৰিব। প্ৰায় দুবছৰ...

Sayanika Gogoi

এছিয়ান জুনিয়ৰ চাইক্লিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দললৈ নিৰ্বাচিত অসমৰ ‘চয়নিকা গগৈ’

অসমৰ ক্ৰীড়া জগতৰ বাবে আন এক সুখবৰ। এগৰাকী দশম শ্ৰেণীত পঢ়ি থকা অসমৰ জীয়ৰীয়ে সুযোগ লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয়...

Untitled-1 copy (19)

হাজাৰ কোটিটকীয়া কেলেংকাৰিৰ মূল নায়ক আৰ এইচ খানক ক্লীনশ্বীট ডিমা হাছাও পৰিষদৰ

উত্তৰ কাছাৰৰ হাজাৰ কোটি টকীয়া কেলেংকাৰিৰ অন্যতম অভিযুক্ত আৰ এইচ খানক ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে ক্লীনশ্বীট দিছে। খানে পুনৰ চাকৰিত...

closed bank

আজিৰ পৰা কেইবাদিনো ধৰি অচল হ’ব বেংক সেৱা; এ টি এম খালী হোৱাৰো সম্ভাৱনা

আজিৰ পৰা ২৬ ডিচেম্বৰলৈ অৰ্থাৎ ৫ দিনৰ বাবে বন্ধ থাকিব চৰকাৰী খণ্ডৰ বেংক সেৱা। যাৰ বাবে দেশৰ অন্য প্ৰান্তৰ লগতে...

Nagen_Saikia

কাইলৈৰ পৰা গুৱাহাটী গ্ৰন্থমেলা : ড০ নগেন শইকীয়াক প্ৰদান কৰা হ’ব জীৱনজোৰা সাধনা বঁটা

গুৱাহাটীৰ চান্দমাৰী স্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অসম প্ৰকাশন পৰিষদে অহা ২২ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ ৩২ তম গুৱাহাটী গ্ৰন্থ...

nagaon flower cultivator.docx photo

ফল-ফুল আৰু ঔষধি গছৰ নাৰ্চাৰী খুলি স্বাৱলম্বী শিক্ষিত যুৱক বিমান বৰা

যি সময়ত ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলে এটা চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাব লগা হৈছে তেনে সময়তে এজন শিক্ষিত অসমীয়া যুৱকে তেওঁৰ...

Zubeen Garg saves his skin from Brahman Samaj's pique

জুবিনৰ নাম কিয়? ‘চুইছাইদ’ ন’টৰ বাতৰিত ব্যাপক প্ৰতিক্ৰিয়া

জন্মৰ দিনতে গুৱাহাটীস্থিত নিজ ঘৰত “আত্মহত্যা” কৰা কংগ্ৰেছ নেতা, ব্যৱসায়ী অনুপম বৰদলৈৰ “চুইছাইদ ন’ট”ত জুবিন গাৰ্গৰ নাম থকা বুলি অসমৰ...

Sonowal-1-750x375

নতুন দিল্লীত কংগ্রেছক বেইমান পার্টী আখ্যা সোণোৱালৰ : কাইলৈ গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

নতুন দিল্লীত আজি মুখ্য মন্ত্ৰী সোণোৱালে এক সংবাদমেলত কংগ্ৰেছক চোকা ভাষাৰে তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছে দেশবাসীক প্ৰৱঞ্চনা কৰি লুটপাত চলোৱাৰ...

কমিছনৰ অংকত পেট ওলাইছে চৰকাৰী নেতাৰ, সেয়ে এম এল এ হোষ্টেলত জিম খোলাৰ ব্যৱস্থা

কমিছনৰ অংকত পেট ওলাইছে চৰকাৰী নেতাৰ, সেয়ে এম এল এ হোষ্টেলত জিম খোলাৰ ব্যৱস্থা

আজি ওদালগুৰি জিলাৰ মাজবাটত 'লহকৰ ফিটনেছ হাব' নামৰ এটা ব্যায়ামাগাৰ উদ্বোধন কৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে। উদ্বোধনী অনুষ্ঠানটোত মিষ্টাৰ ইউনিভাৰ্ছ...

workshop for women concluded in assam's sivasagar

শিৱসাগৰত মহিলাক কৃষি আৰু যন্ত্ৰ প্ৰশিক্ষণ

শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ সমীপৰ বলিয়াঘাট তিনিআলিস্থিত সতী ৰাধিকা স্মৃতি ৰক্ষা কলা কেন্দ্ৰত মহিলাৰ বাবে আয়োজিত কৃষি আৰু ঔদ্যোগিক যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ কৰ্মশালাৰ বৃহস্পতিবাৰে সামৰণি পৰিছে।...

Page 4609 of 5911 1 4,608 4,609 4,610 5,911

Stay Connected

Recent News