• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাইলৈৰ পৰা গুৱাহাটী গ্ৰন্থমেলা : ড০ নগেন শইকীয়াক প্ৰদান কৰা হ’ব জীৱনজোৰা সাধনা বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2018 7:49 am
Nagen_Saikia

অসম প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হ'ব বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াক।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ চান্দমাৰী স্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অসম প্ৰকাশন পৰিষদে অহা ২২ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ ৩২ তম গুৱাহাটী গ্ৰন্থ মেলাৰ আয়োজন কৰিছে। ২২ ডিচেম্বৰৰ গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰিব অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে। এই কথা ঘোষণা কৰিছে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চালিহাই।

গুৱাহাটী বামুনিমৈদামস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ত বৃহস্পতিবাৰে আয়োজিত এক সংবাদ মেলত ভাগ লৈ উপাধ্যক্ষ গৰাকীয়ে কয় যে, ২২ ডিচেম্বৰৰ উদ্বোধনী অনুষ্ঠানত ২০১৮’ বৰ্ষৰ অসম প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াক প্ৰদান কৰা হ’ব।

Apply Now

ড০ শইকীয়াক এই বঁটা প্ৰদান কৰিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে। এই বঁটাত নগদ দুই লাখ টকাৰ চেক, এখন স্মাৰক, এটি কিতাপৰ টোপোলা, এখন অংগবস্ত্ৰ আৰু এখন মানপত্ৰ থাকিব।

বৃহস্পতিবাৰৰ সংবাদ মেলত অসম প্ৰকাশন পৰিসদৰ সচিবগৰাকীয়ে জানিবলৈ দিয়ে যে অসমত সংস্কৃত চৰ্চাৰ ঐতিহ্য এইবাৰৰ গ্ৰন্থ মেলাৰ মূল বিষয়বস্তু হ’ব। তদুপৰি, চান্দমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই  গ্ৰন্থমেলাত গুৱাহাটীৰ সকলোবোৰ প্ৰকাশনেই সহযোগ আগবঢ়াইছে।

আনহাতে, গ্ৰন্থমেলাৰ প্ৰথম দিনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে বাংলাদেশৰ উচ্চাযুক্ত  চৈয়দ মোৱাজ্জীম আলি উপস্থিত থাকিব। সচিবগৰাকীয়ে জানিবলৈ দিয়া মতে এইবাৰৰ গুৱাহাটী গ্ৰন্থমেলাত সৰ্বাধিক ১০খন বাংলাদেশৰ গ্ৰন্থ বিপনী থাকিব। তদুপৰি, অসমৰ ৯২ খন, দিল্লীৰ ৯খন, কলকাতাৰ ১০খন, ঝাৰখণ্ডৰ ১ খন বিপনী থাকিব।

ইপিনে, ২৬ ডিচেম্বৰৰ দিনটোত গ্ৰন্থমেলাত তিৱা দিৱসৰ আয়োজন কৰিছে। এইবাৰৰ গ্ৰন্থমেলাত ২৪ খন পুনৰ মুদ্ৰিত গ্ৰন্থ আৰু নতুন ১২ খন গ্ৰন্থ উন্মোচন হ’ব। এইবাৰৰ গ্ৰন্থমেলাত ৪১ বছৰ পিছত আধুনিক অসমীয়া অভিধানৰ পুনৰ সংস্কৰণ প্ৰকাশ পাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd