ইণ্ডিয়ান আৰ্ট হিষ্ট্ৰী কংগ্ৰেছৰ ৰূপালী জয়ন্তী সমাৰোহৰ শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখী
ইণ্ডিয়ান আৰ্ট হিষ্ট্ৰী কংগ্ৰেছে ২২ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ সংস্থাটেৰ ২৬ তম বছৰেকীয়া মহাসভা আৰু ৰূপালী জয়ন্তী সমাৰোহৰ আয়োজন কৰিছে।...