NE NOW NEWS

NE NOW NEWS

আজিৰ পৰা মণিপুৰ বিধানসভাৰ চাৰি দিনীয়া শীতকালীন অধিৱেশন

বাৰিষাৰ পূৰ্বেই নদীৰ পাৰ, মথাউৰি, গৰাখহনীয়াৰ ব্যৱস্থা লোৱাৰ আশ্বাস মণিপুৰৰ জলসম্পদ মন্ত্ৰীৰ

মণিপুৰৰ জলসম্পদ মন্ত্ৰী লেতপাও পাওকিপে আজি সদনত কৰা এটা ঘোষণাত কয় যে চৰকাৰে ৰাজ্যখনৰ নদীৰ গৰাখহনীয়া, মথাউৰি তথা নদীৰ পাৰবোৰৰ...

কহিমাত পৰিয়াল পৰিকল্পনাৰ ওপৰত কৰ্মশালা আয়োজন

কহিমাত পৰিয়াল পৰিকল্পনাৰ ওপৰত কৰ্মশালা আয়োজন

বুধবাৰে কহিমাত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বাবে পৰিয়াল পৰিকল্পনাৰ এখন এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। নাগালেণ্ড চৰকাৰে প্ৰকাশ কৰা এখন বিজ্ঞপ্তিৰ পৰা জানিব...

নাগালেণ্ডৰ প্ৰতিষ্ঠা দিবস উপলক্ষে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

নাগালেণ্ডে পাব প্ৰধান মন্ত্ৰী পথ উন্নয়ন পুঁজিৰ বৃহৎ অংশ : জেলিয়াং

নাগালেণ্ডৰ মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে আজি কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবৰ পথ উন্নয়নৰ বাবে অলপতে অনুমোদন জনোৱা...

সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু গুৱাহাটী উন্নতি সভাৰ উদ্যোগত ‘আশাৰ অসম, ইতিবাচক চিন্তা’

বিজু ফুকনলৈ গুৱাহাটী আছুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

যোৱা ২২ নৱেম্বৰত মৃত্যু হোৱা অসমীয়া চিনেমা জগতৰ চিৰসেউজ অভিনেতা বিজু ফুকনৰ প্ৰতি গুৱাহাটী আছুৱে দীঘলীপুখুৰীৰ পাৰত কাইলৈ এক শ্ৰদ্ধাঞ্জলি...

ডিমা হাচাও জিলাত এন আৰ চিৰ বিসংগতিপূৰ্ণ আৱেদনপত্ৰৰ অধিকাংশৰে পৰীক্ষা-নিৰীক্ষা সম্পূৰ্ণ

ডিমা হাচাও জিলাত এন আৰ চিৰ বিসংগতিপূৰ্ণ আৱেদনপত্ৰৰ অধিকাংশৰে পৰীক্ষা-নিৰীক্ষা সম্পূৰ্ণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পাহাৰীয়া ডিমা হাচাও জিলাতো ক্ষিপ্ৰতাৰে চলি আছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নয়নৰ কাম। ডিমা হাচাও  জিলাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত...

গোলাঘাটত আৰক্ষীয়ে ছাত্ৰ মুক্তিৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰুদ্ধে গোচৰ দাখিল

গোলাঘাটত আৰক্ষীয়ে ছাত্ৰ মুক্তিৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰুদ্ধে গোচৰ দাখিল

মঙলবাৰে অসম আৰক্ষীয়ে বগীধলা কাণ্ডৰ প্ৰতিবাদ কৰিবলৈ অহা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকলৰ ওপৰত চলোৱা পুলিচি নিৰ্যাতনৰ বিৰুদ্ধে ৰাদ্যৰ সৰ্বত্ৰে...

অসমীয়া উপন্যাস সাহিত্যলৈ সুখবৰ : জয়ন্ত মাধৱ বৰাৰ ‘মৰিয়াহোলা’লৈ সাহিত্য অকাডেমি বঁটা

অসমীয়া উপন্যাস সাহিত্যলৈ সুখবৰ : জয়ন্ত মাধৱ বৰাৰ ‘মৰিয়াহোলা’লৈ সাহিত্য অকাডেমি বঁটা

অসমীয়া সাহিত্যত নিজা কথন শৈলী আৰু কাহিনী নিৰ্মাণৰ দক্ষতাৰে বিশেষ স্থান দখল কৰি লোৱা ঔপন্যাসিক, গল্পকাৰ জয়ন্ত মাধৱ বৰাই অসমীয়া...

বোকাখাতত ডাক বিভাগৰ গাফিলতিত সাক্ষাৎকাৰৰ পৰা বঞ্চিত দুজনকৈ প্ৰাৰ্থী

বোকাখাতত ডাক বিভাগৰ গাফিলতিত সাক্ষাৎকাৰৰ পৰা বঞ্চিত দুজনকৈ প্ৰাৰ্থী

তথ্য প্ৰযুক্তি বিদ্যাৰ  চমকপ্ৰদ সাফল্যৰ দিনটো অসমত ডাক ব্যৱস্থাই পুৰণিকলীয়া ৰূপতে চলি আছে। ইয়াকে প্ৰমাণ কৰি গোলাঘাট জিলাৰ বোকাখাতত ডাক...

Page 5712 of 5780 1 5,711 5,712 5,713 5,780

Recent News