• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমা হাচাও জিলাত এন আৰ চিৰ বিসংগতিপূৰ্ণ আৱেদনপত্ৰৰ অধিকাংশৰে পৰীক্ষা-নিৰীক্ষা সম্পূৰ্ণ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
December 21, 2017 6:44 pm
হাফলং জিলাৰ উপায়ুক্ত।

হাফলং জিলাৰ উপায়ুক্ত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পাহাৰীয়া ডিমা হাচাও জিলাতো ক্ষিপ্ৰতাৰে চলি আছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নয়নৰ কাম। ডিমা হাচাও  জিলাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম পঞ্জীয়নৰ কাৰণে মুঠ ৪৩০৪৩ খন আৱেদন জমা হয়। ইয়াৰ মাজৰে ১১৮০৭ খন আবেদনত বিসংগতি ওলোৱা বুলি এটা সূত্ৰই জানিবলৈ দিছে। ফলত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অহাৰ লগে লগে নথি-পত্ৰ ভেৰিফিকেইশ্যনৰ কাম নতুনকৈ আৰম্ভ হয়। আনহাতে ৩১ ডিচেম্বৰত ৰাজ্যৰ আন আন জিলাৰ লগত ডিমা হাচাও জিলাতো এন আৰ চিৰ খচৰা প্ৰকাশ কৰা হ’ব বুলি ডিমা হাচাও জিলাৰ উপায়ুক্ত দেৱজ্যোতি হাজৰিকাই  NE NOW ৰ লগত আছুতীয়া সাক্ষাৎকাৰত কয়। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নয়নৰ কাৰণ পাহাৰীয়া জিলাখনক মুঠ পাঁচটা চাৰ্কোলত ভাগ কৰাৰ লগতে ২৮টা NSK গঢ়ি তোলা হয়। আনহাতে ৩৮ টা DMI Team গঠন কৰা হয়।
আনহাতে ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অহাৰ লগে লগে  ১ ডিচেম্বৰৰ পৰা পূৰ্ণগতিত ভেৰিফিকেইশ্যনৰ কাম আৰম্ভ হয়। ফিল্ডত ৰাতি দহ এঘাৰ বজালৈ নথি পৰীক্ষাৰ কাম চলাইছে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলে।
হাফলঙত ফিল্ডত কাম কৰা এন আৰ চি কৰ্মীৰ লগত কথা পাতোতে তেওঁলোকে কয়, ‘আমাৰ ফিল্ড ভেৰিফিকেইশ্যনৰ কাম প্ৰায় শেষ পৰ্যায়ত। অহা দুই তিনি দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব।’ তেওঁলোকে লগতে কয় যে পাৰ্বত্য জিলাৰ ৰাইজে এই কামত যথেষ্ট সহায় -সহযোগিতা কৰিছে।
বৃহস্পতিবাৰে হাফলং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ গম পোৱা গ’ল যে এন আৰ চিৰ ভেৰিফিকেইশ্যন কৰা, ডাটা Upload ৰ কাম পূৰ্ণগতিত চলি আছে। ৩১  ডিচেম্বৰক লক্ষ্য কৰি এতিয়া প্ৰকৃততে প্ৰতিজনেই ব্যস্ত। জিলাৰ উপায়ুক্ত দেবজ্যোতি হাজৰিকাই কয় যে ১১৮০৭ খন বিসংগতিপূৰ্ণ আৱেদনৰ ভিতৰত কালিলৈকে ৮১৫০ খন আবেদনৰ পৰীক্ষা-নিৰীক্ষাৰ কাম শেষ কৰা হৈছে। তেওঁৰ ভাষ্য অনুসৰি পাৰ্বত্য জিলাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নয়নৰ কামত কোনো বাধা অহা নাই।
Apply Now
পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd