• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিডৰ পিছত অভাৱনীয় হাৰত বাঢ়িছে হাৰ্ট এটেক আৰু ষ্ট্ৰোকত মৃত্যুৰ হাৰ : আৰ টি আইত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 23, 2025 7:51 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিডৰ পিছত অসমত উত্থান হৈছ হাৰ্ট এটেক আৰু প্ৰেচাৰ ষ্ট্ৰোকত মৃত্যু হোৱা লোকৰ সংখ্যা। ঢেকিয়াজুলিৰ আৰ টি আই কৰ্মী দিলীপ নাথে দাখিল কৰা আৰ টি আইৰ জৰিয়তে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য।

আৰ টি আইৰ পৰা পোৱা তথ্য অনুসৰি ২০১৮ চনৰ পৰা ২০২৪ চনৰ মে’ মাহলৈকে মাত্ৰ তিনিখন চৰকাৰী চিকিৎসালয় — ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হৃদৰোগ সম্পৰ্কীয় অৱস্থা আৰু উচ্চ ৰক্তচাপত ৩,১৯৫ জন লোকৰ মৃত্যু হৈছে। ২০২২ চনৰ পৰা এনে মৃত্যুৰ হাৰ লক্ষণীয়ভাৱে বৃদ্ধি পোৱা দেখা গৈছে।

Apply Now

ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ২০১৮ চনত ২৫৭ গৰাকী লোক হৃদ ৰোগ আৰু উচ্চ ৰক্তচাপত মৃত্যু হৈছিল আৰু ই ২০২৩ চনত ৩২৭ জনলৈ বৃদ্ধি পাইছে। ২০২৪ চনৰ মে’ মাহলৈকে ইতিমধ্যে ১২৬ জনৰ লোকৰ এনেদৰে মৃত্যু হৈছে।

একেদৰে তেজপুৰ মেডিকেল কলেজত উচ্চ ৰক্তচাপৰ মৃত্যুৰ হাৰ ২০১৮ চনত ১৮০ৰ আছিল যদিও ২০২২ চনত ২৯৭লৈ বৃদ্ধি পাইছে। ২০২৪ চনতো একেদৰে ৯৮জনৰ মৃত্যু হৈছে।

গুৱাহাটী মেডিকেল কলেজতো ২০১৮ চনৰ পৰা ২০২৩ চনৰ ছেপ্টেম্বৰৰ ভিতৰত হৃদযন্ত্ৰ আৰু ষ্ট্ৰোক সম্পৰ্কীয় ৰোগত মুঠ ২,৩৩৩ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে ২০২২ চনত ৪৬৪ জন আৰু ২০২৩ চনৰ মাত্ৰ ৯ মাহত ৪৪৫ জনৰ মৃত্যু হৈছে।

তথ্যৰ পৰা এটা কথা যে কোভিড মহামাৰীৰ সময়ৰ (২০১৯–২০২১)ৰ তুলনাত ক’ভিডৰ পিছত এনে মৃত্যুৰ সংখ্যা অধিক। ২০২০ চনত অসম মেডিকেল কলেজত হৃদযন্ত্ৰৰ ৰোগৰ ফলত ১৭৫ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ২০২২ চনত ৩২০ আৰু ২০২৩ চনত ৩২৭ জনৰ মৃত্যু হৈছে।

সেয়েহে, সততে প্ৰশ্নৰ উত্থাপন হৈছে যে কোভিডৰ প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়াৰ বাবেই হৃদৰোগ আৰু উচ্চ ৰক্তচাপত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে নেকি?

উল্লেখ্য যে পুনেৰ এজন আবেদনকাৰীয়ে দাখিল কৰা আৰ টি আইৰ তথ্যত প্ৰকাশ পাইছে যে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আই চি এম আৰ) আৰু কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংস্থাই ২০২৩ চনৰ জানুৱাৰী মাহত ক’ভিড-১৯ৰ ভেকচিনৰ সম্ভাৱ্য পাৰ্শ্বক্ৰিয়া স্বীকাৰ কৰিছিল। কিন্তু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই কথা অস্বীকাৰ কৰিছিল।

Tags: COVID-19
নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd