NE NOW NEWS

এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

শংকৰদেৱ কলাক্ষেত্ৰত শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান

শংকৰদেৱ কলাক্ষেত্ৰত শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি নিযুক্তিপত্ৰ বিতৰণৰ এটা অনুষ্ঠানত ৰাজ্যৰ ১৯ খন জিলাৰ মুঠ ২৫৪ জন উচ্চতৰ মাধ্যমিকৰ স্নাতকোত্তৰ শিক্ষকক নিযুক্তি পত্ৰ দিয়া...

অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবীত আছুৰ ধৰ্ণা

অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবীত আছুৰ ধৰ্ণা

আজি ডিব্ৰুগড় আছুৱে কাৰ্য্যালয়ৰ কাম-কাজত অসমীয়া ভাষাৰ প্ৰয়োগ বাধ্যতামূলক কৰাৰ দাবীত ডিব্ৰুগড়ত এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান,...

পুনৰ এটা হাতীৰ মৃত্যু : বিদ্যুৎতাঁৰত লগাৰ সন্দেহ

পুনৰ এটা হাতীৰ মৃত্যু : বিদ্যুৎতাঁৰত লগাৰ সন্দেহ

যোৱা তিনিদিন ধৰি একেৰাহে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতীৰ মৃত্যু হোৱা ঘটনাই বন বিভাগৰ এই ক্ষেত্ৰত অৱহেলা আৰু ব্যৰ্থতা উদঙাই দিছে।...

সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰবৰ্তীক দায়িত্বৰ পৰা অব্যাহতি

সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰবৰ্তীক দায়িত্বৰ পৰা অব্যাহতি

শেহতীয়াকৈ বিতৰ্কিত মন্তব্যৰে চৰ্চাত থকা তথা সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ অহা বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰবৰ্তীক অসম চৰকাৰৰ জনসংযোগ...

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰপতি : অসমৰ ঐতিহ্যৰ বিষয়ত আলোকপাত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰপতি : অসমৰ ঐতিহ্যৰ বিষয়ত আলোকপাত

চাৰিদিনীয়া কাৰ্যৰ্সূচীৰে উত্তৰ-পূব ভ্ৰমণলৈ অহা ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত উষ্ম আদৰণি জনোৱা হয়। নিজৰ ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে অসমক উত্তৰপূব...

কোকৰাঝাৰত ৰামদেৱৰ তিনিদিনীয়া বিনামূলীয়া যোগ শিবিৰ আৰম্ভ

কোকৰাঝাৰত ৰামদেৱৰ তিনিদিনীয়া বিনামূলীয়া যোগ শিবিৰ আৰম্ভ

বৃহৎ সংখ্যকৰ অংশগ্ৰহণেৰে কোকৰাঝাৰত আজিৰ পৰা আৰম্ভ হৈছে বাবা ৰামদেৱৰ তিনিদিনীয়া বিনামুলীয়া যোগ প্ৰশিক্ষণ শিবিৰ। কোকৰাঝাৰৰ গ্ৰীন ফিল্ডত অনুষ্ঠিত এই শিবিৰত...

চোৰাং চিকাৰীক বন বিভাগৰ তথ্য দি সহায় কৰা যুৱকক গ্ৰেপ্তাৰ

চোৰাং চিকাৰীক বন বিভাগৰ তথ্য দি সহায় কৰা যুৱকক গ্ৰেপ্তাৰ

গঁড় হত্যাকাণ্ডৰ লগত জড়িত আৰু চোৰাং চিকাৰীক বন বিভাগৰ অৱস্থান জনাই সহায় কৰি থকা দুজন স্থানীয় যুৱকক কলিয়াবৰৰ জখলাবন্ধা আৰক্ষীয়ে...

জাগুনত বিয়াগোম অজগৰ উদ্ধাৰ

জাগুনত বিয়াগোম অজগৰ উদ্ধাৰ

আজি তিনিচুকীয়া জিলাৰ ডিগবৈ বন  সংমণ্ডলৰ অধীন জাগুন ফৰেষ্ট ৰেঞ্জৰ আহোমপথাৰৰ এখন ধাননিৰ পৰা এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰা হয়।...

ব্ৰেকিং নিউজ : বিহালীত বনৰীয়া ম’হৰ আক্ৰমণত এজন লোক নিহত

ব্ৰেকিং নিউজ : বিহালীত বনৰীয়া ম’হৰ আক্ৰমণত এজন লোক নিহত

বিহালীত খেতি পথাৰত কাম কৰি থকা অৱস্থাত বলে দাস নামৰ এজন লোকক এটা বনৰীয়া ম’হে আক্ৰমণ কৰি নিহত কৰে।

cattle Seized cattle to go back to Customs Dept for auction: BSF IG

গোৱালপাৰাত গৰু ব্যৱসায়ীৰ পৰা ডকাইতে লুটিলে ৩০ লাখ টকা

দেওবাৰে গোৱালপাৰাত এখন ভানত যোৱা গৰু ব্যৱসায়ীৰ পৰা  ডকাইতে ৩০ লাখ টকা লুট কৰি লৈ যায়। গোৱালপাৰাৰ খৰমুজাৰে পাৰ হৈ...

Page 6493 of 6497 1 6,492 6,493 6,494 6,497

Stay Connected

Recent News