জন্মদিনত জুবিন গাৰ্গৰ সংকল্প : প্ৰত্যেক মাহতেই এটা এটা গীত উপহাৰ দিব শ্ৰোতালৈ
আজি ৪৮ বছৰীয়া হ’ল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। তথাপিও যেন অনুৰাগীসকলৰ বাবে চিৰ তৰুণ সফল ডেকা হৈয়ে আছে জুবিন...
আজি ৪৮ বছৰীয়া হ’ল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। তথাপিও যেন অনুৰাগীসকলৰ বাবে চিৰ তৰুণ সফল ডেকা হৈয়ে আছে জুবিন...
গুৱাহাটী পৌৰ নিগমে আজিৰে পৰা গ্ৰহণ কৰিছে এক কঠোৰ সিদ্ধান্ত। যদি মহানাগৰিক হিচাপে আপুনি পানীৰ মাচুল পৰিশোধ কৰা নাই তেন্তে...
‘বন্ধু’ ডঃ হিমন্ত বিশ্ব শৰ্মাক পুনৰ কংগ্ৰেছলৈ ওভটাই আনি যিকোনো প্ৰচেষ্টাৰ বিনিময়ত মুখ্যমন্ত্ৰীৰ আসনত বহোৱাব বুলি মন্ত্ৰী হিমন্তক কটাক্ষ কৰিছে...
কাইলৈৰ পৰা দুলীয়াজানত অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশন অনুষ্ঠিত হ’ব। এই অধিৱেশনলৈ মাজত মাথো কেইটামান ঘন্টা বাকী।...
বৰঝাৰ বিমান বন্দৰৰ সমীপৰ পৰা আজাৰা আৰক্ষীয়ে আটক কৰে ১১ জনকৈ ভুৱা আৰ্মীক। নিশা ৰাজপথত আৰ্মীৰ কাপোৰ পিন্ধি পথত ৰৈ...
‘যদি হিমন্ত বিশ্ব শৰ্মাক অফ কেমেৰা সোধে তেন্তে তেওঁ নিজেই ক’ব বিজেপিত অতিকৈ অশান্ত মানুহজন তেওঁ। বিজেপিত অগ্নি পৰীক্ষা দি...
ৰাজ্য কঁপাই যোৱা এবিএমছুৰ নেতা লাফিকুল ইছলাম হত্যাকাণ্ডৰ তদন্ত ক্ষীপ্ৰ গতিত হ’ব। বিটিচিত বিজেপি চৰকাৰ আহিলেই লাফিকুল ইছলামৰ হত্যাকাৰীক চিনাক্ত...
বিজেপিত শীঘ্ৰেই যোগদান কৰিব নেকি প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা গোলাঘাটৰ বিধায়ক অজন্তা নেওগ আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক ৰ’জলিনা তিৰ্কীয়ে? এই...
বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সৈতে ৰাজনৈতিক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ বাবে শলঠেকত পৰিছে প্ৰদেশ...
ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনা। এইবাৰ একাংশ জুৱাৰীয়ে সাংবাদিকক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অসমীয়া প্ৰতিদিন...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd