• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সেনাৰ পোছাকত এইসকল কোন? আজাৰা আৰক্ষীয়ে আটক কৰিলে ১১জনকৈ ভুৱা আৰ্মী

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , November 17, 2020 2:42 pm

1 min read

WhatsApp Image 2020-11-17 at 2.22.49 PM

আজাৰা আৰক্ষীয়ে আটক কৰা ভুৱা আৰ্মীকেইজন।

818
VIEWS
Share on FacebookShare on Twitter

বৰঝাৰ বিমান বন্দৰৰ সমীপৰ পৰা আজাৰা আৰক্ষীয়ে আটক কৰে ১১ জনকৈ ভুৱা আৰ্মীক।

নিশা ৰাজপথত আৰ্মীৰ কাপোৰ পিন্ধি পথত ৰৈ আছিল আটাইকেইগৰাকীয়ে।

সোমবাৰে নিশা প্ৰায় ২ বজাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আটাইকেইগৰাকীক।

পিছত সেনাৰ সৈতে আৰক্ষীয়ে যোগাযোগ কৰাত গম পায় যে তেওঁলোক কোনো সেনাৰ লগত জড়িত নহয়।

ধৃত ভুৱা আৰ্মী কেইজন হ’ল ক্ৰমে গণেশ দাস, সৌৰভ শৰ্মা, ধিমন কৃষ্ণ, জয়মণি শৰ্মা, নয়নজ্যোতি গৌতম, বিজয় মনি শৰ্মা, দ্বিজেন শৰ্মা, ৰিপুঞ্জয় গোস্বামী, ৰূপম শৰ্মা, জ্ঞানন্দ দাস আৰু কৌশিক ভূঞা ।

ভুৱা আটাইকেইজনৰে ঘৰ পাটাছাৰকুছি, বাইহাটা চাৰিআলি ,নলবাৰী আৰু সৰ্থেবাৰীত।

মুল খলনায়ক ধিমন কৃষ্ণৰ নেতৃত্বত অহা দলটোক বৰঝাৰ বিমানবন্দৰত পেট্ৰলিং দিব অহা অৱস্থাত MES ৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ।

লোককেইজনৰ পৰা আৰক্ষীয়ে এখন মাৰুতি ছুইফট, পাঁচখন মটৰ চাইকেলৰ উপৰিও ভুৱা আই কাৰ্ড জব্দ কৰে ।

মহানগৰ আৰক্ষীয়ে ইতিমধ্যে তোওঁলোকক সোধপোছ চলাইছে। তেওঁলোকৰ ঘৰৰ পৰা এয়াৰফ’ৰ্ছৰ ভুৱা নিযুক্তি পত্ৰও লাভ কৰা বুলি জানিব পৰা গৈছে।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd