জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল: কোভিড পৰিস্থিতিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা; কি এই নিৰ্দেশনা?
জনতা ভৱনত হিমন্ত বিশ্ব শৰ্মাই আজি এক সংবাদমেল সম্বোধন কৰে।উক্ত সংবাদমেলতে কোভিড পৰিস্থিতিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ কথা ঘোষণা কৰে...