• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱশেষত গ্ৰেপ্তাৰ হ’ল SI কেলেংকাৰিৰ লেথা নিচিঙা অভিযুক্ত অক্ষয় চান্দ বৈদ্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 27, 2020 6:00 pm
অক্ষয় চান্দ বৈদ্য

অক্ষয় চান্দ বৈদ্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটাৰ পাছত আন এটা বেমাৰৰে লেথা নিচিঙা SI কেলেংকাৰিৰ মুল অভিযুক্ত অক্ষয় চান্দ বৈদ্য চি আই ডিৰ জালত পৰিল।

এছ আই পৰীক্ষা অনুষ্ঠিত কৰাৰ এটা অন্যতম প্ৰতিষ্ঠান অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্বাধিকাৰী অক্ষয় চান্দ বৈদ্যই বহু দিন ধৰি বিভিন্ন ৰোগ হোৱা বুলি অজুহাত দেখুৱাই প্ৰথমে মাৰোৱাৰী মেটাৰনিটী হাস্পতাল আৰু তাৰ পাছত মহানগৰীৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈ আছিল।

Apply Now

আজি বিয়লিভাগত এপ’ল’ হাস্পতালৰ পৰা যাবলৈ দিয়াৰ সময়তে চিআইডিৰ এটা দলে গ্ৰেপ্তাৰ কৰে অক্ষয়ক।

গ্ৰেপ্তাৰ কৰিয়েই পোনে পোনে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় অক্ষয়ক।

চিআইডিয়ে আদালতত ৬ দিনৰ বাবে বৈদ্যক নিজৰ জিম্মাত বিচাৰিব যদিও আদালতে কিমান দিনৰ জিম্মাত দিব সেয়া বৰ্তমানলৈকে সিদ্ধান্ত হোৱা নাই।

বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে আদালতৰ ভিতৰতে আছিল অক্ষয় চান্দ বৈদ্য।

উল্লেখযোগ্য যে, প্ৰথমে বমি আৰু ভৰিৰ বিষৰ বাবে মাৰোৱাৰী মেটাৰনীটি হাস্পতালত ভৰ্তি হৈছিল অক্ষয় চান্দ বৈদ্য। তাৰ পাছতেই উন্নত চিকিৎসাৰ বাবে খ্ৰীষ্টানবস্তিস্থিত এপ’ল’ হাস্পতালত ভৰ্তি হৈছিল অক্ষয় চান্দ।

অভিযোগ অনুসৰি SI কেলেংকাৰীত জড়িত থকা বুলি পোহৰলৈ অহাৰ পাছতেই অক্ষয় চান্দৰ বঙাইগাঁৱৰ বাসগৃহত চিআইডিয়ে তদন্ত চলাইছিল। কিন্তু তাৰ কেইঘন্টামান পাছতে ৰহস্যজনকভাৱে বিতৰ্কিত ব্যৱসায়ীজনৰ গুদামঘৰত অগ্নিকাণ্ড সংঘটিত হয়।

অভিযোগ উঠিছে যে SI কেলেংকাৰিৰ নথি-পত্ৰ বা প্ৰমাণ নষ্ট কৰাৰ বাবেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত কৰিছিল অক্ষয় চান্দে নিজে।

এতিয়া সমগ্ৰ বিষয় ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। চিআইডিৰ তদন্তৰ অন্তত সকলো কথা পোহৰলৈ আহিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd