নিজৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকাৰ কাৰণে যি সাহস আৰু সামৰ্থ্য লাগে সিয়ে হ’ল স্বাধীনতা!
https://youtu.be/XWDBd1U9QmE?si=PfOEgessIR-g9pvf স্বাধীনতাৰ অৰ্থ কি? ই কেৱল ৰাজনৈতিক আৰু অৰ্থনৈতিক শোষণৰ পৰা মুক্তিনেকি? দেশ এখনৰ কাৰণে বা এটা জাতিৰ কাৰণে স্বাধীনতাৰ...