ৰাজ্যৰ প্ৰতিখন জিলাত শীতলীকৰণ কেন্দ্ৰ স্থাপনৰ ঘোষণা কৃষি মন্ত্ৰী অতুল বৰাৰ
বোকাখাতৰ কাজিৰঙা নিউজ নেটৱৰ্কৰ দ্বাৰা পৰিচালিত কে এন এন বোকাখাত লাইভৰ কিটচেন গাৰ্ডেন প্ৰতিযোগিতাৰ আজি বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়...
বোকাখাতৰ কাজিৰঙা নিউজ নেটৱৰ্কৰ দ্বাৰা পৰিচালিত কে এন এন বোকাখাত লাইভৰ কিটচেন গাৰ্ডেন প্ৰতিযোগিতাৰ আজি বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়...
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত প্ৰকৃতি সংগঠন আৰণ্যক আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ সহযোগত ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলত বন্যপ্ৰাণী...
এক গোপন সূত্ৰৰ আধাৰত বোকাখাত আৰক্ষীয়ে আজি বিয়লি বোকাখাতৰ ম'হমাইকী গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ কদ্মা কালোৱাৰ নামৰ এগৰাকী ব্যৱসায়ীৰ...
গোলাঘাট জিলাৰ নামবৰ-দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত চোৰাংকৈ কাঠ কাটিবলৈ যোৱা এটা দুস্কৃৰ্তিকাৰী দলৰ আক্ৰমণত আজি আহত হয় এগৰাকী কৰ্তব্যৰত বনকৰ্মী ।...
বানপানীৰ সময়ত কাজিৰঙাৰ এনিমেল কৰিডৰত হোৱা পথ দুৰ্ঘটনা বা যান-বাহনৰ গতি নিয়ন্ত্ৰনৰ উপৰি বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰন কৰাত সহায়ক হোৱাকৈ দেশৰ...
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাঁৱত যোৱা এপ্ৰিল মাহৰ ৩০ তাৰিখৰ পৰা আৰম্ভ হোৱা পোহনীয়া পশুধনৰ প্ৰতিষেধক প্ৰদান অভিযান ৰাষ্ট্ৰীয় উদ্যানখনৰ...
ল’কডাউনৰ মাজতে বিগত ৯ মে' ত কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ ডোৰামাৰী বিলৰ পাৰত এটা খৰ্গ বিহীন মতা গঁড়ৰ মৃতদেহ উদ্ধাৰ হৈছিল...
বোকাখাতৰ চি এন বি মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰত নিৰাপত্তাৰক্ষী নিয়োগ নকৰা সম্পৰ্কত মহাবিদ্যালয় খনৰ এজন প্ৰৱক্তাই দিয়া টুইটৰ বাবে...
ছেবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অহা ৭ জুনৰ ভিতৰত ঘোষিত হ'ব৷ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ কহঁৰাত শনিবাৰে এক...
বোকাখাত মহকুমাৰ দ্বিতীয় পৰঙনীয়া নেপালী খুঁটি গাঁৱৰ বুলি শইকীয়া নামৰ এগৰাকী মহিলা আজি পুৱা বিষাক্ত সাপৰ দৰ্শনত মৃত্যু হয়। পাৰ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd