• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ কাষৰীয়া তিনিটা ৰেঞ্জৰ গাঁৱৰ ১০ হেজাৰ পশুধনক প্ৰতিষেধক প্ৰদান

অন্য দুটা ৰেঞ্জত এতিয়াও চলি আছে প্ৰতিষেধক প্ৰদানৰ অভিযান

উত্তম শইকীয়া by উত্তম শইকীয়া
June 3, 2020 2:58 pm
index
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাঁৱত যোৱা এপ্ৰিল মাহৰ ৩০ তাৰিখৰ পৰা আৰম্ভ হোৱা পোহনীয়া পশুধনৰ প্ৰতিষেধক প্ৰদান অভিযান ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলত, বোকাখাত আৰু বুঢ়াপাহাৰ বনাঞ্চলত এই অভিযানৰ সামৰণি পৰিছে৷

এই অভিযানত ৰাষ্ট্ৰীয় উদ্যানখৰ কাষৰীয় গাঁওবোৰৰ পশুধনক চবকা, গলফুলা আৰু জহৰবাতৰ দৰে সংক্ৰমিত ৰোগৰ পৰা ৰক্ষা কৰিবৰ বাবে ট্ৰায়ভেক নামৰ প্ৰতিষেধক বিধ প্ৰদান কৰা হৈছে৷

Apply Now

আন্ত:ৰাষ্ট্ৰীয় সংগঠন বিশ্ব প্ৰকৃতি নিধিয়ে এই প্ৰতিষেধৰ যোগান ধৰিছে৷ বিগত চাৰিটা বছৰত পশু চিকিৎসা বিভাগৰ সহযোগত কাষৰীয় গাওঁৰ পশুধনক প্ৰদান কৰি অহা হৈছে এই প্ৰতিষেধক৷

চলিত বৰ্ষৰ মে’ মাহত কাজিৰঙাৰ বোকাখাত বনাঞ্চলৰ কাষৰীয় গাঁও আৰু চাপৰিৰ মুঠ ৩,০২২ গৰু ম’হ আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ মুঠ ১,৫৮৪ টা গৰু ম’হ ৰ লগতে অগৰাতলি বনাঞ্চলৰ কাষৰীয় গাঁৱৰ মুঠ ৩,৯৪৫ গৰু ম’হক এই প্ৰতিষেধক প্ৰদান কাৰ্যৰ সামৰণি পৰিছে৷

এতিয়ালৈকে কাষৰীয় গাঁৱৰ ১০,৬৩৯ টা পশুধনক এই প্ৰতিষেধক প্ৰদান কৰা হৈছে৷ বিপৰীতে ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত সম্প্ৰতি এই অভিযান চলি আছে৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই প্ৰতিষেধক প্ৰদান অভিযানত গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ আৰু নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ পশু চিকিৎসা বিভাগৰ পশু চিকিৎসক, ক্ষেত্ৰ সহায়ক, গোপাল মিত্ৰ আৰু মৈত্ৰী সদস্যই সহায় কৰে৷

যাৰ বাবে তিনিটা বনাঞ্চলত এই বৃহৎ সংখ্যক পশুধনক প্ৰতিষেধক প্ৰদান কৰিব পৰা গৈছে বুলি বিভাগীয় সুত্ৰত প্ৰকাশ৷

বুঢ়াপাহাৰ বনাঞ্চলত আৰণ্যকৰ আৰিফ হোছেইন, বাগৰিত বিশ্ব প্ৰকৃতি নিধিৰ ডা৹ পৰীক্ষিত কাকতী, কহঁৰা বনাঞ্চলত কৰবেট ফাউণ্ডেচনৰ ডা৹ নবীন পাণ্ডে আৰু অগৰাতলি আৰু বোকাখাত বনাঞ্চলত অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই প্ৰতিষেধক প্ৰদানৰ এই অভিযান পৰিচালনা কৰে৷

কাষৰীয় গাঁৱৰ উপৰিও ব্ৰহ্মপুত্ৰৰ মাজৰ গৰু ম’হৰ চাপৰিতো ২০১৬ চনৰ পৰাই পোহনীয়া গৰু ম’হক এই প্ৰতিষেধক প্ৰদান কৰি অহা হৈছে বুলি বিভাগীয় সুত্ৰত প্ৰকাশ৷ যাৰ বাবে বিগত সময়ত এইবোৰ অঞ্চলত সংক্ৰমন ৰোগৰ হোৱাৰ বাতৰি পোৱা নাই৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd