• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ প্ৰতিখন জিলাত শীতলীকৰণ কেন্দ্ৰ স্থাপনৰ ঘোষণা কৃষি মন্ত্ৰী অতুল বৰাৰ

Uttam Saikia উত্তম শইকীয়া
গুৱাহাটী , June 7, 2020 10:23 pm

2 min read

ৰাজ্যৰ প্ৰতিখন জিলাত শীতলীকৰণ কেন্দ্ৰ স্থাপনৰ ঘোষণা কৃষি মন্ত্ৰী অতুল বৰাৰ

অতুল বৰা

1.7k
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ কাজিৰঙা নিউজ নেটৱৰ্কৰ দ্বাৰা পৰিচালিত কে এন এন বোকাখাত লাইভৰ কিটচেন গাৰ্ডেন প্ৰতিযোগিতাৰ আজি বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয় ৷

বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই কয় যে, ল’কডাউনৰ সময়ত বিপদাগ্ৰস্ত কৃষকৰ বাবে কৃষি বিভাগে ৮০ কোটি টকাৰ কিটচেন গাৰ্ডেন নামৰ এক আঁচনি হাতত লৈছিল ৷ এই আঁচনিৰ সফল ৰূপায়নৰে ৰাজ্যত ৮০ কোটি টকাৰ শস্য উৎপাদন হ’ব বুলি আমি আশাবাদী ৷

এই ক্ষেত্ৰত ৰাজ্যৰ ভিতৰত বোকাখাতত কাজিৰঙা নিউজ নেটৱৰ্কে প্ৰথম বাৰৰ বাবে কৃষকৰ মাজত কিটচেন গাৰ্ডেনৰ প্ৰতিযোগিতাৰ আয়োজন কৰি কৃষকৰ মাজত এক সজাগতাৰ সৃষ্টিৰ বাবে লোৱা পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয় বুলিও অতুল বৰাই মন্তব্য কৰে ৷

ল’কডাউনৰ সময়ত সকলোতে স্থানীয় কৃষিজাত সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে আৰু ইয়াৰ বাবে স্থানীয় কৃষিত ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ যাতে ব্যৱহাৰ নহয় তাৰ বাবে এতিয়াৰে পৰা কৃষি বিভাগ কঠোৰ হ’ব বুলিও তেওঁ মন্তব্য কৰে ৷

কৃষকৰ সুবিধৰ্থে প্ৰতিখন জিলাতে একোটাকৈ শিতলীকৰণ কেন্দ্ৰ স্থাপন কৰাৰ পৰিকল্পনা কৰাৰ উপৰিও কৃষি জাত সামগ্ৰী  বিপননৰ বাবে ভেণ্ডৰো নিয়োগৰ বাবে কৃষি বিভাগে চিন্তা কৰিছে বুলি অতুল বৰাই মন্তব্য কৰে ৷

আজিৰ এই অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগতে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম , জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া অভিজিত বৰুৱা আৰু বোকাখাতৰ ৰাজহ চক্ৰ বিষয়া মানস নাথো উপস্থিত থাকে ৷

প্ৰথম বাৰৰ বাবে আয়োজিত এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে বোকাখাত ক’লাখোৱাৰ নিৰুপমা বৰা তামুলী দ্বিতীয় স্থান লাভ কৰে ভূপেন দত্ত আৰু তৃতীয় স্থান যুটীয়াভাৱে লাভ কৰে সঞ্জীৱ হাজৰিকা আৰু মুকুল ডেকাই ৷

কাজিৰঙা নিউজ নেটৱৰ্কৰ সচিব প্ৰদ্যুত মহন্তই আঁত ধৰা এই অনুষ্ঠানত বিজয়ী কৃষকৰ লগতে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা ২০ গৰাকী প্ৰতিযোগী কৃষকক বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয় ৷

Recent News

বি চি চি আইক পত্ৰ লিখি ধন্যবাদ জ্ঞাপন ক্ৰিকেট অষ্ট্ৰেলিয়াৰ

বি চি চি আইক পত্ৰ লিখি ধন্যবাদ জ্ঞাপন ক্ৰিকেট অষ্ট্ৰেলিয়াৰ

COVID-19 India begins ex

বন্ধুত্বৰ প্ৰতিদান: ভূটানক ১.৫ লাখ কোভিড ভেকচিন উপহাৰ হিচাবে আগবঢ়ালে ভাৰতে

পথ সুৰক্ষা সপ্তাহ : সজাগতাৰ লক্ষ্যৰে বিশ্বনাথত বাইক ৰেলী

পথ সুৰক্ষা সপ্তাহ : সজাগতাৰ লক্ষ্যৰে বিশ্বনাথত বাইক ৰেলী

press meet of chief election commissioner at Guwahati

২০২১ ৰ নিৰ্বাচনত প্ৰাৰ্থী আৰু ভোটাৰৰ বাবে কি কি নিয়ম প্ৰযোজ্য হ’ব? জনালে মুখ্য নিৰ্বাচনী আয়ুক্তই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd