NORTHEAST NOW (Assamese)

গুৱাহাটী প্ৰেছ ক্লাৱত আয়ুৰ্বেদিক চিকিৎসা শিবিৰৰ আয়োজন

June 26, 2019 12:51 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

বিভিন্ন মাধ্যমত কৰ্মৰত সাংবাদিক সকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ২৯ জুন অৰ্থাৎ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ৪ বজাৰ পৰা ৬ বজালৈ এক বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে।

এই শিবিৰত জ্যেষ্ঠ আয়ুৰ্বেদিক চিকিৎসক ডাঃ বিনোদ কলিতা এম এছ (আয়ুৰ্বেদ) আৰু ডাঃ জয়ন্ত শৰ্মা এম ডি (আয়ুৰ্বেদ)  উপস্থিত থাকি সাংবাদিকসকলক যাৱতীয় পৰামৰ্শ আগবঢ়াব।

উল্লেখযোগ্য যে অৰ্শ ৰোগত ভুগি থকা সাংবাদিকসকলে এই শিবিৰৰ পৰা বিশেষ ভাৱে  উপকৃত হ’ব ।

Related News