• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰচণ্ড বতাহ-বৰষুণত ব্ৰহ্মপুত্ৰৰ বুকুত শোকাৱহ নাঁও দুৰ্ঘটনা; এজন লোক সন্ধানহীন

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , June 26, 2019 12:40 pm

1 min read

boat accident at Brahmaputra river

ব্ৰহ্মপুত্ৰৰ বুকুত নাঁও দুৰ্ঘটনা

2.4k
VIEWS
Share on FacebookShare on Twitter

মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে নাঁও দুৰ্ঘটনা। দুৰ্ঘটনাত এজন লোক সন্ধানহীন হৈ থকাৰ বিপৰীতে আন দুজন লোকে কথামপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।সন্ধানহীন হৈ থকা বিকাশ দলে নামৰ যুৱকগৰাকীৰ ঘৰ ভেকেলী চাপৰিত।

ঘটনাৰ বিৱৰণী অনুসৰি, নামনি মাজুলীৰ পাগলা চাপৰিৰ পৰা এখন হাত নাঁৱত ভেকেলী চাপৰিৰ এজন যুৱকে অনুপল দলে আৰু ভূপেন কুলি নামৰ দুগৰাকী যুৱকৰ লগত ওখলাচুকলৈ আহি আছিল। ব্ৰহ্মপুত্ৰৰ মাজভাগ পোৱাৰ সময়তে তিনিওগৰাকী বন্ধুৱে যাত্ৰা কৰি থকা হাত নাঁওখন প্ৰচণ্ড বতাহ আৰু বৰষুণৰ কৱলত পৰে আৰু নদীৰ মাজভাগতে নাঁওখন বুৰ যায়।

এই দুৰ্ঘটনাৰ কৱলত পৰা নাওঁখনৰ তিনিওগৰাকী যাত্ৰীৰৰ ভিতৰত দুগৰাকীয়ে সাতুৰি নদীৰ পাৰলৈ আহিবলৈ সক্ষম হয় যদিও ভেকেলী চাপৰিৰ যুৱকজন এতিয়াও সন্ধানহীন হৈ আছে।

সন্ধানহীন হৈ থকা যুৱকগৰাকীক বিচাৰি ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও প্ৰতিকুল বতৰ আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ বাবে উদ্ধাৰ অভিযানত কিছু অসুবিধাৰ সৃষ্টি হৈছে।

আনহাতে, শোকাৱহ নাঁও দুৰ্ঘটনাটোৰ পাছতে সমগ্ৰ অঞ্চলটোত ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে সন্ধানহীন যুৱকজনৰ পৰিয়ালৰ মাজত উৎকণ্ঠাই বিৰাজ কৰিছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd