• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আহোম ৰজাৰ দিনৰ আজান পীৰ দৰগাহত লুটপাত ||শিৱসাগৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 9, 2019 6:03 pm
Azaan Peer Dargah looted in Sivasagar

শিৱসাগৰৰ আজান পীৰ দৰগাহ। ছবি- নৰ্থইষ্ট নাও।

10.3k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ ঐতিহাসিক আজানপীৰ দৰগাহত মঙলবাৰে নিশা সংঘটিত হৈছে এক লুটপাতৰ ঘটনা।

দৰগাহটোৰ দানপাত্ৰ ভাঙি চোৰে কমেও ৮/১০ লাখ টকা চুৰি কৰি নিয়া বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

দীৰ্ঘদিনধৰি দান পাত্ৰকেইটা বন্ধ হৈ থকা বাবে তাত যথেষ্ট টকা জমা হৈ আছিল বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

স্থানীয় ৰাইজৰ মতে ২০১৮ চনৰ ফেব্ৰুৱাৰি মাহৰ পৰা আজানপীৰ দৰগাহৰ দুখন সমিতিৰ মাজত হোৱা সংঘাতৰ বাবে বিষয়টো বৰ্তমান ন্যায়ালয়ত বিচাৰধীন হৈ আছে।

আৰক্ষীৰমতে, দানপাত্ৰটোত চোৰে এৰি যোৱা টকাৰ পৰিমাণ ২ লাখ ৮৫ হাজাৰ ৫০০ টকা। ঘটনাস্থলীত এখন চাইকেল, দুটা তলা আৰু এপাট তলাভঙা লোহাও উদ্ধাৰ কৰা হৈছে।

কোনো ব্যক্তিৰ আগমনৰ উমান পায়ে চোৰে উক্ত ধনখিনি এৰি যোৱা বুলি সন্দেহ কৰা হৈছে।

জিলা দণ্ডাধীশৰ উপস্থিতিত শিৱসাগৰ আৰক্ষীয়ে উদ্ধাৰ কৰা ধনখিনিৰ ভিতৰত ৫০হাজাৰ টকা নষ্ট হোৱা বুলি জানিব পৰা গৈছে।

বুধবাৰে পুৱা স্থানীয় ৰাইজে দৰগাহটোৰ এটা দানপাত্ৰ ভঙা অৱস্থাত দেখি আৰক্ষী-প্ৰশাসনক খবৰ দিয়ে।

জিলা দণ্ডাধীশ সম্প্ৰীতি গোস্বামী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক বলিন দেউৰীয়ে স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ হোৱা টকাখিনি হিচাপ কৰে।

স্থানীয় ৰাইজে সন্দেহ কৰা মতে চুৰে প্ৰায় ৮/ ৯ লাখ টকা চুৰি কৰি নিয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

কিছুদিন পূৰ্বেও আজানপীৰ দৰগাহৰ আন এটা দান পাত্ৰৰ পৰাও ধন চুৰি হৈছিল।

Recent News

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

সমাজসেৱী অঞ্জন লাল চৌধুৰীৰ দেহাৱসান

সমাজসেৱী অঞ্জন লাল চৌধুৰীৰ দেহাৱসান

ইজৰাইলৰ স্পাইচ-২৫০-এ বিধ্বংসী আঘাত হানিছে ইৰাণত!  চীন আৰু পাকিস্তানৰ হুমকিৰ প্ৰতি লক্ষ্য ৰাখি  সেই অস্ত্ৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ভাৰতে

ইজৰাইলৰ স্পাইচ-২৫০-এ বিধ্বংসী আঘাত হানিছে ইৰাণত! চীন আৰু পাকিস্তানৰ হুমকিৰ প্ৰতি লক্ষ্য ৰাখি সেই অস্ত্ৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ভাৰতে

ইৰাণে আকাশমাৰ্গ মুকলি কৰিলে ভাৰতীয় বিমানৰ বাবে! আজি নিশা দিল্লীত উপস্থিত হ’ব ছাত্ৰ-ছাত্ৰীৰ প্ৰথমটো দল

ইৰাণে আকাশমাৰ্গ মুকলি কৰিলে ভাৰতীয় বিমানৰ বাবে! আজি নিশা দিল্লীত উপস্থিত হ’ব ছাত্ৰ-ছাত্ৰীৰ প্ৰথমটো দল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd