• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’না ত্ৰাস: ভাৰতত COVID-19 ৰ বিৰুদ্ধে যুঁজ দিবলৈ বাজাজ গ্ৰুপে আগবঢ়াব ১০০ কোটি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 27, 2020 10:01 am

1 min read

bajaj-auto-announced-q4-result_71820
2.4k
VIEWS
Share on FacebookShare on Twitter

ভাৰতত ত্ৰাসৰ সৃষ্টি কৰা কৰ’না মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াত সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে বাজাজ গ্ৰুপ।

বাজাজ গ্ৰুপে COVID-19 ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ১০০ কোটি টকাৰ বৰঙণি আগবঢ়াবলৈ সাজু হৈছে।

বাজাজে কৈছে যে ই চৰকাৰৰ সৈতে নিকটভাৱে কাম কৰিব আৰু ইয়াৰ ২০০তকৈয়ো অধিক বেচৰকাৰী সংস্থাৰ সৈতে থকা শক্তিশালী নেটৱৰ্ক তথা উপলব্ধ সম্পদসমূহ কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াত প্ৰয়োগ কৰাৰ ব্যৱস্থা লৈছে।

পুনেস্থিত কোম্পানীটোৱে কৰ’নাভাইৰাছ সংক্ৰমণৰ মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় হোৱা স্বাস্থ্যসেৱাৰ আন্ত:গাঁথনি উনন্নীতকৰণত সহায় কৰিব।

কোম্পানীটোৱে ব্যক্তিগত তথা চৰকাৰী হাস্পাতলসমূহ চিনাক্ত কৰিছে য’ত ই আইচিয়ুসমূহ উন্নত কৰি তোলাৰ লগতে ৰোগীৰ বাবে ভেন্টিলেটৰ্ছ আৰু স্বাস্থ্যসেৱাৰ কৰ্মী, চিকিৎসক, নাৰ্ছ তথা আন চিকিৎসা কৰ্মীৰ ব্যক্তিগত সুৰক্ষাৰ বাবে অতি প্ৰয়োজনীয় আহিলাসমূহ ক্ৰয় কৰাত সহায় কৰিব।

কোম্পানীটোৱে লগতে পুনে, পিম্পৰি-চিনচোৱাদ অঞ্চল তথা পুনেৰ গ্ৰাম্যাঞ্চলত  COVID-19 ৰ বাবে আইছ’লেশ্যন য়ুনিট আৰু পৰীক্ষণৰ সুবিধা বৃদ্ধি কৰাতো সহায় কৰিব।

Recent News

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd