• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুবছৰলৈ নিষিদ্ধ বিশ্বৰ এক নম্বৰ অল ৰাউণ্ডাৰ চাকিব আল হাছান

এন ই নাও নিউজ by এন ই নাও নিউজ
October 29, 2019 8:22 pm
shakib-

বাংলাদেশী ক্ৰিকেটাৰ চাকিব আল হাছানৰ ফাইল ফটো

11.2k
VIEWS
Share on FacebookShare on Twitter

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে দুবছৰৰ বাবে নিষিদ্ধ কৰিলে বাংলাদেশ ক্ৰিকেট দলৰ এদিনীয়া আৰু টি-২০ৰ অধিনায়ক চাকিব আল হাছানক।

দুবছৰ পূৰ্বে মেচ ফিক্সিঙৰ বাবে বুকীয়ে চাকিবক এক বহৎ অফাৰ আগবঢ়াইছিল। কিন্তু বিষয়টো আই চি চিক নজনোৱাৰ বাবেই চাকিবৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হয়।

এদিনীয়া ক্ৰিকেটৰ ১ নম্বৰ অলৰাউণ্ডাৰ চাকিবে আই চি চিৰ দুৰ্নীতি বিৰোধী বিধিৰ তিনিটা আৰোপ ভংগ কৰা বুলি স্বীকাৰ কৰি লৈছে।

উল্লেখ্য যে আই চি চিয়ে ছাকিবৰ দুবছৰৰ নিষেধাজ্ঞাৰ এবছৰ স্থগিত ৰাখিছে। সেয়ে ২০২০ চনৰ ২৯ অক্টোবৰৰ পৰা তেওঁ পুনৰ ক্ৰিকেটৰ সৈতে জড়িত হ’ব পাৰিব।

আই চি চিয়ে গ্ৰহণ কৰা এই কঠোৰ পদক্ষেপৰ পিছতে চাকিবে কয়, ‘যিটো খেলক মই ভাল পাও, সেই খেলবিধত নিষেধাজ্ঞা আৰোপ কৰা হৈছে, সেয়ে মই বহুত দুঃখিত। কিন্তু মই এই বিষয়ে আই চি চিক নজনোৱাটো মোৰ ভুল আছিল সেয়ে মই নিষেধাজ্ঞা মানি লৈছো’।

এই নিষেধাজ্ঞাৰ বাবে এতিয়া চাকিবে অহা ৩ নবেম্বৰৰ পৰা ভাৰতৰ বিৰুদ্ধে আৰম্ভ হ’ব লগীয়া টি-২০ শৃংখলা আৰু টেষ্ট শৃংখলাত অংশ ল’ব নোৱাৰিব।

ইয়াৰ উপৰি অহা বছৰ আই পি এল আৰু ১৮ অক্টোবৰৰ পৰা ১৫ নবেম্বৰলৈ অষ্ট্ৰেলিয়াত চলিব লগীয়া টি-২০ বিশ্বকাপতো অংশ ল’ব নোৱাৰিব বিশ্বৰ ষ্টাৰ আল ৰাউণ্ডাৰ চাকিব আল হাছান।

Recent News

দিল্লীৰ ব্যক্তিগত চুইমিং পুলত লোমহৰ্ষক কাণ্ড : দলৱদ্ধ ধ*ৰ্ষণৰ বলি দুগৰাকী নাবালিকা

দিল্লীৰ ব্যক্তিগত চুইমিং পুলত লোমহৰ্ষক কাণ্ড : দলৱদ্ধ ধ*ৰ্ষণৰ বলি দুগৰাকী নাবালিকা

মেঘালয়ত অবৈধ খনন বন্ধ কৰিবলৈ সময় সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে! ৪ সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ

মেঘালয়ত অবৈধ খনন বন্ধ কৰিবলৈ সময় সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে! ৪ সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ

হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ কিছু কথা : ডাঃ বিক্ৰম কুমাৰ ডেকা

হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ কিছু কথা : ডাঃ বিক্ৰম কুমাৰ ডেকা

পেট ঠিকে থাকিলে সুস্থ থাকিব শৰীৰ : সুস্বাস্থ্যৰ আঁৰত লুকাই আছে এই ১০ টা বিশেষ অভ্যাস

পেট ঠিকে থাকিলে সুস্থ থাকিব শৰীৰ : সুস্বাস্থ্যৰ আঁৰত লুকাই আছে এই ১০ টা বিশেষ অভ্যাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd