• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টাইম আউট! ‘অপমানিত’ মেথিউছ; ছাকিবে ক’লে, “মই যেন যুদ্ধক্ষেত্ৰত আছিলো”

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2023 7:47 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকাপৰ ছেমি ফাইনেলৰ পৰিপ্ৰেক্ষিতত বাংলাদেশ আৰু শ্ৰীলংকাৰ খেলখনৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাছিল আন দেশৰ ক্ৰিকেটপ্ৰেমীসকলে। কিন্তু কোনে জানিছিল যে এই মেচখন ঐতিহাসিক হৈ পৰিব!

ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে টাইম আউট হৈছিল শ্ৰীলংকাৰ প্ৰবীণ অলৰাউণ্ডাৰ এঞ্জেলো মেথিউছ। ক্ৰীজলৈ আহিল, কিন্তু বল নেখেলাকৈয়ে খেলপথাৰ এৰিবলগীয়া হ’ল। ঘটনাটোৰ প্ৰভাৱ বহুদূৰলৈকে পৰিল।

খেলৰ অন্তত বাংলাদেশৰ অধিনায়কগৰাকীয়ে কয় যে তেওঁ যুদ্ধক্ষেত্ৰত আছিল। কেইবা মুহূৰ্তৰ ভিতৰতে উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি। খেলৰ শেষত দুয়োটা দলৰ ক্ৰিকেটাৰসকলে আনকি হাতো নিমিলালে। কি ক’লে ছাকিব আৰু মেথিউছে?

লগতে পঢ়কঃ ৰোহিত শৰ্মাৰ বিৰাট বন্দনা! ‘পৰিস্থিতি অনুযায়ী খেলিব বিৰাটে, সেইটোৱেইটো বিচাৰো…‘

শ্ৰীলংকাৰ বিৰুদ্ধে অনবদ্য ইনিংছ আৰু বলিঙৰ বাবে ছাকিব আল হাছানে মেন অৱ দ্য মেচৰ বঁটা লাভ কৰে। খেলৰ অন্তত তেওঁ কয়, ” ভাৱ হৈছিল মই যেন যুদ্ধক্ষেত্ৰত আছো। মই যি কৰিবলগীয়া আছিল তাকেই কৰিলোঁ। বিতৰ্ক অব্যাহত থাকিব। কিন্তু মোৰ এই সিদ্ধান্তই দলটোক উপকৃত কৰিছে বুলি স্বীকাৰ কৰাত কোনো বাধা নাই। আমাৰ এজন ফিল্ডাৰে আহি ক’লে, মই যদি আপীল কৰো তেন্তে মেথিউছ আউট হ’ব। আপীল কৰিলো। আম্পায়াৰে জানিব বিচাৰে যে মই সঁচাকৈয়ে সেইটো বিচাৰো নেকি। মই ক’লোঁ, নিয়মত যেতিয়া আছে, ব্যৱহাৰ কৰিব বিচাৰো। সঠিক নে ভুল এইটো জনা নাই।‘’

এই ঘটনাত আচৰিত হৈ পৰে শ্ৰীলংকাৰ অল ৰাউণ্ডাৰ মেথিউছ। মেথিউছে মন্তব্য কৰে যে ই অপমানজনক। মেচ শেষ হোৱাৰ পাছত তেওঁ কয়, “মই একো ভুল কৰা নাছিলো।” সাজু হ’বলৈ দুই মিনিট সময় আছিল। মই সাজু হৈছিলোঁ যদিও ক্ৰিকেটৰ সঁজুলিত এটা ত্ৰুটী আছিল। সাধাৰণ জ্ঞান ক’লৈ গ’ল মই বুজি পোৱা নাছিলো। ছাকিব আৰু বাংলাদেশ দলৰ অপমানজনক ঘটনা। যদি তেওঁলোকে এনেদৰে ক্ৰিকেট খেলে তেন্তে ক্ৰিকেটৰ বাবে ডাঙৰ ক্ষতি হ’ব। মই সাজু নহ’লে বেলেগ কথা হ’লহেঁতেন৷ বৰঞ্চ সময়ৰ পাঁচ চেকেণ্ড আগতেই সাজু হ’লোঁ৷ সকলো হেলমেটৰ বাবেই। সাধাৰণ জ্ঞানেৰেই ইয়াক বুজিব পাৰি।‘’

লগতে পঢ়কঃ হতাশ প্ৰাক্তন পাকিস্তানী তাৰকা! ভাৰতে বিশ্বকাপত চিটিংবাজী কৰি জিকি থকাৰ অভিযোগ; তদন্তৰ দাবী ICC-ক

শ্ৰীলংকাৰ অধিনায়ক কুশল মেণ্ডিছে অনুভৱ কৰে যে আম্পায়াৰে ‘ভাল সিদ্ধান্ত’ লোৱা উচিত আছিল। কুশলে তেওঁৰ দাবীৰ সপক্ষে বিভিন্ন যুক্তি আগবঢ়ায়। কুশলে লগতে ভাবে যে মেথিউছে বেটিং কৰিব পাৰিলে দলটোৱে আৰু কমেও ৩০-৪০ ৰান কৰিব পাৰিলেহেঁতেন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd