• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰোহিত শৰ্মাৰ বিৰাট বন্দনা! ‘পৰিস্থিতি অনুযায়ী খেলিব বিৰাটে, সেইটোৱেইটো বিচাৰো…‘

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2023 1:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইডেন গাৰ্ডেনছ আৰু বিৰাট কোহলী। এদিনীয়া ক্ৰিকেটত শতকৰ ব্যৱধান ১৪ বছৰ। বিৰাট কোহলীৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথম শতকটো আহিছিল এই ইডেন গাৰ্ডেনতে। ২০০৯ চনত শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁ এদিনীয়াত শতক অৰ্জন কৰিছিল। সেই ইডেনতে আহিল অভিলেখ সৃষ্টিকাৰী ৪৯ সংখ্যক এদিনীয়া শতক।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিৰাটে খেলিলে ১২১ বলত ১০১ ৰানৰ অপৰাজিত ইনিংছ। তেওঁ এটা ডাঙৰ শতক কৰিলে যদিও ইনিংছত এটাও ছয় মৰা নাই! কিছু আচৰিত। অধিনায়ক ৰোহিত শৰ্মা অৱশ্যে আচৰিত হোৱা নাই। বৰঞ্চ এইটোৱেই দলৰ আশা। চেঞ্চুৰিয়ান কোহলীৰ বিষয়ে সেই ব্যাখ্যাই দিলে ৰোহিতে।

Apply Now

টছত জয়ী হৈ ৰোহিতে বেটিং কৰিবলৈ লয়। তেওঁ খেলপথাৰত নামিয়েই বিধ্বংসী আৰম্ভণি কৰে। অ’পেনাৰ দুজন ঘূৰি অহাৰ লগে লগে বিৰাটে ইনিংছৰ গুৰি ধৰে। আৰম্ভণিৰ পৰা শেষলৈকে ক্ৰীজত থাকি গঢ়ে চেঞ্চুৰীৰ ইনিংছ। বাকীসকলৰ সহায়ত ভাৰতে ৩২৬ ৰানৰ বিশাল স্ক’ৰ সংগ্ৰহ কৰে।

ৰোহিতে কয়, ‘যোৱা তিনিখন মেচৰ কথা ভাবি চাওকচোন, আমাৰ খেলৰ শৈলী সলনি হৈছে৷ এই মেচত বিৰাটে পৰিস্থিতি অনুযায়ী খেলাৰ প্ৰয়োজন আছিল। আমাৰ বলিঙৰ ওপৰত চকু আছিল, বলাৰসকলে সঠিক ঠাইত বল পেলাওক। বাকীখিনি পিটচৰ সহযোগিতা।

মাষ্টাৰ ব্লাষ্টাৰ শচীনৰ কেৰিয়াৰৰ ৪৯ সংখ্যক শতকৰ অভিলেখ স্পৰ্শ কৰিছে বিৰাট কোহলীয়ে। কিং কোহলীলৈ শুভেচ্ছাৰে বৰ্ষণ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বিৰাট কোহলীক অভিনন্দন জনায়। যাৰ অভিলেখ ভংগ কৰিছে সেই অভিলেখকাৰী কিংবদন্তি শচীনেও প্ৰশংসাৰ উপচাই দিছে কোহলীক।

এই বিশ্বকাপ বিৰাটৰ। তেওঁক কেন্দ্ৰ কৰিয়েই যেন খেলি আছে বাকী দলটোৱে। ইডেনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিৰাটৰ সৈতে শ্ৰেয়াছ, সূৰ্য, জাডেজাই এক সফল যুটী বান্ধে। মিডল অৰ্ডাৰৰ প্ৰদৰ্শনত আপ্লুত ৰোহিত শৰ্মা।পুনৰ বলিং আক্ৰমণৰ প্ৰশংসা কৰিবলৈ যেন শব্দই বিচাৰি নাপালে অধিনায়কে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd