• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পিতৃ পাকিস্তানী-মাতৃ বাংলাদেশী; কিন্তু পুত্ৰৰ নাম কিয় ৰাখিলে ইণ্ডিয়া?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2023 2:50 pm
ফটো: সংগৃহিত।

ফটো: সংগৃহিত।

217
VIEWS
Share on FacebookShare on Twitter

ঘৰলৈ শিশুৰ আগমন ঘটিলে বেছিভাগ দম্পতীয়ে প্ৰথমতে শিশুটিৰ নাম বাছনি কৰিবলৈ আৰম্ভ কৰে। ল’ৰাই হওঁক বা ছোৱালীয়েই হওঁক, নামটো আকৰ্ষণীয় হোৱাতো সকলোৱে আশা কৰে। সেইদৰে, নিজৰ পুত্ৰৰ বাবে এক ব্যতিক্ৰমী নাম ৰাখি সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে ওমৰ এশা।

পেছাত গায়ক, জন্মগতভাৱে পাকিস্তানৰ নাগৰিক ওমৰ আৰু বাংলাদেশৰ নাগৰিক তেওঁৰ পত্নীয়ে তেওঁলোকৰ প্ৰথম সন্তানৰ নাম ৰাখিছে ‘ইণ্ডিয়া’। যদিও পোছাকী নাম ইব্ৰাহিম, তেওঁ ‘ইণ্ডিয়া’ নামেৰে ছ’চিয়েল মিডিয়াত এক আলোড়নৰ সৃষ্টি কৰিছে। কিন্তু কেৱল দুখন দেশৰ সংযোগেই নহয়, এনে নাম ৰখাৰ আঁৰত আছে আন এক গভীৰ কাৰণ ।

এই কথা ব্যক্ত কৰি ওমৰে কয়, “জন্মৰ পৰাই মোৰ পত্নীয়ে মোৰ পুত্ৰক আন পাঁচজন পিতৃ-মাতৃৰ দৰে আমাৰ দুয়োৰে মাজত শুবলৈ দিয়াৰ অভ্যাস কৰি আহিছে। তেতিয়াৰ পৰা, সি আমাৰ মাজত দেৱালৰ দৰে হৈ আছে। নিজৰ ঘৰত থকা স্বত্বেও সি এনেদৰে আমাৰ মাজত এনেদৰে বিভাজন সৃষ্টি কৰি আহিছে। সেয়েহে, পাকিস্তান আৰু বাংলাদেশ এই দুয়োখন দেশৰ মাজত পুত্ৰ ‘ইণ্ডিয়া’ৰ অৱস্থানে স্বাভাৱিকতে সমস্যাৰ সৃষ্টি কৰিছে।”

কেৱল সেয়াই নহয়, ওমৰে সকলো নতুন অভিভাৱকক উদ্দেশ্যি কৈছে, “যিসকলে আমাৰ দৰে ঐতিহাসিক ভুল কৰিছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা থাকিল। ভৱিষ্যতে এনে ভুল কৰাৰ আগতে দুবাৰ চিন্তা কৰিব।‘’

দেখা গৈছে যে ওমৰৰ হাস্যৰসবোধে নেটিজেনসকলক ভালদৰে আমোদ দিছে। তেওঁৰ পোষ্টটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

Recent News

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd