• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ভাৰতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি সহ্য নকৰে’, স্বাধীনতা দিৱসৰ ভাষণত পাকিস্তানক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 15, 2025 8:38 am
64
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতে আৰু পাৰমাণৱিক যুদ্ধৰ ভাবুকি সহ্য নকৰে। স্বাধীনতা দিৱসৰ ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট হুংকাৰ প্ৰদান কৰে। মোদীয়ে লালকিল্লাৰ পৰা ঘোষণা কৰে যে ভাৰতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি আহিলেও আৰু সহ্য নকৰে।

উল্লেখ্য যে বিগত কিছুদিন ধৰি পাকিস্তানৰ সেনা প্ৰধান আছিম মুনীৰকে ধৰি কেইবাজনো পাকিস্তানী নেতাই পাৰমাণৱিক যুদ্ধৰ ভাবুকি প্ৰদান কৰিছে। স্বাধীনতা দিৱসৰ দিনা চুবুৰীয়া দেশক তাৰ উপযুক্ত উত্তৰ দিলে মোদীয়ে।

Apply Now

দেশৰ উদ্দেশ্যি দিয়া ভাষণৰ আৰম্ভণিতে মোদীয়ে অপাৰেচন সিন্দুৰৰ প্ৰশংসা কৰে। তেওঁ হুংকাৰ দি কয়, “শত্ৰুক তেওঁলোকে কল্পনা কৰাতকৈও অধিক শাস্তি দিছো। সেনাই যি কাম কৰি দেখুৱাইছে সেয়া পাকিস্তানে বহুদিনলৈ মনত ৰাখিব।  সন্ত্ৰাসবাদী আৰু তেওঁলোকক সমৰ্থন কৰাসকলক পৃথকভাৱে নাচাও। ভাৰতে আৰু পাৰমাণৱিক যুদ্ধৰ ভাবুকি সহ্য নকৰে।”

পুৱা ৭:৩০ বজাত লালকিল্লাত পতাকা উত্তোলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অপাৰেচন সিন্দুৰৰ সফলতা উদযাপনৰ বাবে ভাৰতীয় বায়ুসেনাৰ এক বিশেষ ফ্লাইপাষ্ট দেখা যায়। আকাশৰ ওপৰেৰে উৰি গ’ল দুখন এম আই-১৭ বিমান। এখন বিমানত ৰাষ্ট্ৰীয় পতাকা আছিল, আনখনত অপাৰেচন সিন্দুৰৰ ল’গ’ আছিল।

তাৰ পিছতে স্বাধীনতা দিৱসৰ ভাষণ আৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বাদশ বাৰৰ বাবে লালকিল্লাত স্বাধীনতা দিৱসৰ ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে সংবিধান প্ৰণয়নকাৰীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাষণৰ আৰম্ভণিতে শ্যামা প্ৰসাদ মুখাৰ্জীৰ নাম উল্লেখ কৰে মোদীয়ে।

ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে অপাৰেচন সিন্দুৰৰ পিছত ভাৰত চৰকাৰে সিন্ধু চুক্তি বাতিল কৰাৰ সিদ্ধান্ত সলনি কৰা নহ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ দিনাই লালকিল্লাৰ পৰা দিয়া ভাষণত সেই কথা স্পষ্ট কৰি দিয়ে। পাকিস্তানলৈ প্ৰধানমন্ত্ৰীৰ কঠোৰ বাৰ্তা, “তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰে। আমি কোনো ধৰণে একপক্ষীয় সিন্ধু চুক্তি সহ্য নকৰো।”

লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰীৰ কয়, “আমি কোনো কাৰণতে সিন্ধু চুক্তিৰ দৰে অন্যায় আৰু একপক্ষীয় চুক্তি মানি নলওঁ। মোৰ দেশৰ ভূমিত বৈ যোৱা নদীখন, ভাৰতৰ মাটিৰ মাজেৰে বৈ যোৱা নদীখন কেৱল আমাৰ দেশৰ জীৱিকা নিৰ্বাহকসকলৰহে।”

পাকিস্তানলৈ প্ৰধানমন্ত্ৰীৰ স্পষ্ট বাৰ্তা হ’ল, “আমি সিন্ধু চুক্তিৰ বৰ্তমানৰ চৰ্তসমূহ মানি নলওঁ। কৃষকৰ সুবিধাৰ্থে, দেশৰ স্বাৰ্থত আমি এই চুক্তি কোনো ধৰণে মানি নলওঁ।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd