• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না সংকটৰ মাজতো BCCI-এ উপাৰ্জন কৰিলে ৪০০০ কোটি টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 23, 2020 5:25 pm
270
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না মহামাৰীৰ দৰে কঠিন সময়ত, যেতিয়া বিশ্বৰ প্ৰায় সকলো ক্ৰীড়া সংস্থা আৰ্থিক সমস্যাত পৰিছিল, ঠিক সেই সময়তেই কিন্তু বি চি চি আইৰ কোষাগাৰত সোমাইছে ৪,০০০ কোটি টকা।

এই বছৰ, আই পি এলৰ আয়োজন কৰি ভাৰতীয় ক্ৰিকেট বোৰ্ডে এই বৃহৎ পৰিমাণৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ক’ৰ’নাৰ মহাসংক্ৰমণৰ বাবে আই পি এল আয়োজন কৰাত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল বিচিচিআই। কিন্তু সকলো বাধা আঁতৰাই বোৰ্ডে সফলতাৰে প্ৰতিযোগিতাখন য়ুনাইটেড এমিৰেটছ আৰবত আয়োজন কৰে।

এইখিনিতে এটা কথা কোৱা প্ৰয়োজন যে, যদিহে আই পি এল আয়োজন কৰিব নোৱাৰিলেহেতন তেন্তে বি চি চি আই যথেষ্ট লোকচানৰ সন্মুখীন হ’লহেতেন।

উল্লেখ্য যে বি চি চি আইৰ কোষাধ্যক্ষ অৰুণ ধুমলে আই পি এলৰ লাভৰ পৰিমাণৰ বিষয়ে অৱগত কৰিছে।

তেওঁ কয়, ‘যোৱাবাৰৰ তুলনাত বি চি চি আইৰ এইবাৰ আই পি এল আয়োজনত ব্যয় ৩৫ শতাংশ হ্ৰাস পাইছে’।

এনে মহামাৰীৰো সময়তো বোৰ্ডে ৪,০০০ কোটি টকা উপাৰ্জন কৰাৰ লগতে টিভিৰ দৰ্শক ২৫ শতাংশ বৃদ্ধি পাইছে বুলি ধুমলে জনায়।

উল্লেখ্য যে য়ু এ ইত অনুষ্ঠিত এইবাৰৰ আই পি এলত আৰম্ভণিৰে পৰা শেষলৈ মুঠ ১৮০০ গৰাকী লোকক ক’ৰ’না পৰীক্ষা কৰা হৈছিল।

Recent News

বিল ল’লেই বিপদ! ৰেষ্টুৰেণ্টৰ পৰা এটিএমলৈকে ৰচিদত লুকাই আছে মাৰাত্মক ৰাসায়নিক; দাবী সমীক্ষাৰ

বিল ল’লেই বিপদ! ৰেষ্টুৰেণ্টৰ পৰা এটিএমলৈকে ৰচিদত লুকাই আছে মাৰাত্মক ৰাসায়নিক; দাবী সমীক্ষাৰ

লালকিল্লাত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে

লালকিল্লাত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে

ট্ৰাম্পৰ শুল্ক আৰোপৰ ভাবুকিত শংকিত নহয় ভাৰত; ৰাছিয়াৰ তেল ক্ৰয় সন্দৰ্ভত প্ৰত্যুত্তৰ নতুন দিল্লীৰ

ট্ৰাম্পৰ শুল্ক আৰোপৰ ভাবুকিত শংকিত নহয় ভাৰত; ৰাছিয়াৰ তেল ক্ৰয় সন্দৰ্ভত প্ৰত্যুত্তৰ নতুন দিল্লীৰ

ধূমপান নকৰা মহিলাৰ মাজত বৃদ্ধি পাইছে হাওঁফাওঁৰ কৰ্কট ৰোগ! জানো আহক ৫টা কাৰণ

ধূমপান নকৰা মহিলাৰ মাজত বৃদ্ধি পাইছে হাওঁফাওঁৰ কৰ্কট ৰোগ! জানো আহক ৫টা কাৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd