• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনৰ বেইজিঙত আৰম্ভ হৈছে কৰ’নাৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ; উদ্বিগ্ন বিশ্ব

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2020 1:20 pm
corona virus deaths rises in china_0

চীনত কৰ'নাৰ সংক্ৰমণৰ প্ৰতিনিধিত্বমূলক ফটো।

23.6k
VIEWS
Share on FacebookShare on Twitter

চীনৰ উহান চহৰত আৰম্ভ হোৱা কৰ’না ভাইৰাছৰ সংক্ৰমণ গোটেই বিশ্বতে বিয়পি পৰিছিল। এতিয়া চীন চৰকাৰে দাবী কৰা মতে আকৌ এবাৰ কৰ’না ভাইৰাছে দেশখনত থিতাপি ল’বলৈ আৰম্ভ কৰিছে।

চীনৰ ৰাজধানী বেইজিঙৰ এখন পাইকাৰী বজাৰত নতুনকৈ কৰ’না আক্ৰান্ত ৰোগী পোৱাৰ পাছত বজাৰখন সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে।

বাতৰি অনুসৰি, বেইজিঙৰ প্ৰশাসনে যোৱা দুদিনত স্থানীয় পৰ্যায়ত কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগী বৃদ্ধি পোৱাৰ পাছত প্ৰধান পাইকাৰী কৃষি বজাৰ সাময়িকভাৱে বন্ধ কৰি দিছে।

বেইজিঙত ১২ জুনত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ কথা পোহৰলৈ আহে।

বাতৰি মতে, এক মাংস গৱেষণা কেন্দ্ৰত কৰ্মৰত দুজন লোক বজাৰলৈ অহাৰ পাছত তেওঁলোক আক্ৰান্ত হোৱাটো ধৰা পৰে।

তেওঁলোকৰ তাত কেনেদৰে সংক্ৰমণ ঘটিল সেয়া অৱশ্যে এতিয়াও নিশ্চিত হ’ব পৰা নাই।

ইপিনে, চীনত দ্বিতীয় পৰ্যায়ৰ কৰ’না সংক্ৰমণৰ বাতৰিয়ে গোটেই বিশ্বক উদ্বিগ্ন কৰি তুলিছে।

উল্লেখযোগ্য যে যোৱা ডিচেম্বৰৰ মাজভাগত প্ৰথমবাৰ চীনৰ হোৱেই প্ৰদেশৰ ৰাজধানী উহানত এখন বজাৰত এই ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছিল।

আনহাতে, আমেৰিকাকে ধৰি কেইবাখনো দেশে প্ৰথমবাৰৰ চীনত কৰ’নাৰ সংক্ৰমণৰ সৱিশেষ তথ্য প্ৰকাশ নকৰাৰ অভিযোগ উত্থাপন কৰি আহিছে।

Tags: COVID-19

Recent News

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd