DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

জঘন্য! ৬৮ বৰ্ষীয় বৃদ্ধৰ বিৰুদ্ধে পঞ্চম শ্ৰেণীৰ শিশুক এমাহ ধৰি ধৰ্ষণৰ অভিযোগ

প্ৰতিবাৰ ধৰ্ষণৰ পিছত ১০ টকাৰে ভুক্তভোগী শিশুক মুখ বন্ধ কৰিবলৈ ভাবুকি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2023 6:49 pm
child Rape
2.3k
VIEWS
Share on FacebookShare on Twitter

পোহৰলৈ আহিছে শিশু ধৰ্ষণৰ আন এক জঘন্য কাণ্ড। এই ঘটনা ঘটিছে ভাৰত-নেপাল সীমান্তৰ সমীপৱৰ্তী পশ্চিম বংগৰ দাৰ্জিলিং জিলাত।

অভিযোগ অনুসৰি, প্ৰায় এমাহ ধৰি এগৰাকী ৬৮ বছৰীয়া বৃদ্ধৰ ধৰ্ষণৰ বলি হৈছে পঞ্চম শ্ৰেণীত অধ্যয়নৰত পঞ্চম শ্ৰেণীৰ এগৰাকী কন্যা শিশু।

ছাত্ৰীগৰাকীয়ে ধাৰাবাহিকভাৱে চলা এই নিৰ্যাতনৰ বিষয়ে মাতৃক বৰ্ণনা কৰাৰ পিছতে সোমবাৰে মাতৃয়ে এফআইআৰ দাখিল কৰে।

এই সন্দৰ্ভত আৰক্ষীয়ে সদৰী কৰা মতে, শিশুটি ঘৰত অকলে থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছিল বুলি শিশুটিৰ মাতৃয়ে এজাহাৰত উল্লেখ কৰিছে।

অভিযুক্ত চুবুৰীয়া বৃদ্ধগৰাকীয়ে এই জঘন্য কাণ্ড সংঘটিত কৰাৰ পিছত প্ৰতিবাৰেই শিশুটিক ১০ টকাকৈ দিছিল বুলি জানিব পৰা গৈছে।

লগতে ধৰ্ষণৰ বিষয়ে যিকোনো ব্যক্তিৰ আগত প্ৰকাশ কৰিলে ডিঙি চেপি হত্যা কৰাৰ ভাবুকি দিয়া বুলিও এজাহাৰত উল্লেখ কৰা হৈছে।

শিশুটিৰ মাতৃৰ এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰিছে।

আনহাতে ভুক্তভোগী শিশুটিক চিকিৎসা পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দি আৰক্ষীয়ে লগতে তদন্ত অব্যাহত আছে বুলি সদৰী কৰে।

Recent News

আকৌ গুজৰাট! পুনৰ ভাঙি পৰিল দলং, নদীত উটি গৈ সন্ধানহীন কমেও ৬জন

আকৌ গুজৰাট! পুনৰ ভাঙি পৰিল দলং, নদীত উটি গৈ সন্ধানহীন কমেও ৬জন

গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd