• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লাহে লাহে খোল খাইছে ৰহস্যৰ দুৱাৰ! সুশান্তক কিয় দৰৱৰ অ’ভাৰড’জ দিছিল ৰিয়াই?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2020 11:26 am
WhatsApp Image 2020-08-07 at 11.11.40 AM

সুশান্ত সিং আৰু ৰিয়া চক্ৰৱৰ্তী। ফাইল ফটো

27.4k
VIEWS
Share on FacebookShare on Twitter

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰৰ আৰু এক নতুন তথ্য পোহৰলৈ আহিছে। শেহতীয়া খৱৰ অনুসৰি গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীয়ে তেওঁক নিজৰ ঘৰলৈ লৈ গৈছিল আৰু সুশান্তক দৰৱৰ অ’ভাৰড’জ দিছিল।

বিহাৰ আৰক্ষীয়ে ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে এই অভিযোগ আৰোপ কৰিছে।

বিহাৰ আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা অভিযোগনামাত  ৰিয়া আৰ তেওঁৰ পৰিয়ালৰ ওপৰত অভিযোগ আনিছে যে তেওঁলোক সকলোৱে সুশান্তৰ জীৱনলৈ একমাত্ৰ টকাৰ লোভতে আহিছিল।

বিহাৰ আৰক্ষীয়ে লগতে অভিযোগ কৰে যে ৰিয়া আৰু তেওঁৰ পৰিয়ালে সুশান্তৰ মানসিক ৰোগীৰ এখন ভুল ছবি দাঙি ধৰিছিল।

বিহাৰ আৰক্ষীৰ জ্যেষ্ঠ অধীক্ষকে উচ্চতম ন্যায়ালয় দাখিল কৰা অভিযোগনামাত কৈছে যে ৰিয়া চক্ৰৱৰ্তীয়ে সুশান্তক নিজৰ ঘৰলৈ লৈ গৈছিল আৰু তাত তেওঁ অভিনেতাগৰাকীক দৰৱৰ অ’ভাৰড’জ দিয়া আৰম্ভ কৰিছিল।

প্ৰকৃততে এই অভিযোগ আনিছিল সুশান্তৰ পিতৃ কে কে সিঙে। ইয়াৰ লগতে তেওঁ এই অভিযোগো আনিছিল যে ৰিয়াই সুশান্তৰ সৈতে কাজিয়া কৰি তেওঁৰ সকলো বয়বস্তু লৈ গৈছিল।

ইপিনে, বিহাৰ আৰক্ষীয়ে জানিবলৈ দিয়ে যে মুম্বাই আৰক্ষীৰ পৰা কোনোধৰণৰ সহায় নোপোৱা সত্তেও তেওঁলোকে এই গোচৰত কেইবাটাও দিশ বিচাৰি পাইছে যাৰ তদন্ত কৰিব পৰা যাব।

Recent News

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd