• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজনিশালৈ সাংস্কৃতিক সন্ধিয়া পাতি কৰ’না বিধি ভংগ বিহু কমিটিৰ; নিৰ্বিকাৰ আৰক্ষী প্ৰশাসন

নীলমনি শর্মা by নীলমনি শর্মা
April 25, 2021 12:12 pm
IMG-20210424-WA0026

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বজুৰি মানৱ জীৱন বিধ্বস্ত কৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’না মহামাৰীক আওকান কৰি গোৱালপাৰা জিলাত বৃহত্তৰ আগিয়া অঞ্চলত কৰ’না বিধি উলংঘা কৰিলে একাংশ বিহু কমিটিয়ে।

এইদৰে বিহু উৎসৱৰ নামত দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে সাংস্কৃতিক সন্ধিয়া পাতি জন জীৱনলৈ কৰ’নাৰ বিভীষিকা নমাই আনিছে।

যোৱা নিশা চাপ্লেংদামাল নামৰ গাওঁখনত অতি জাক জমকেৰে বিহু অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

অনুষ্ঠানত প্ৰায় হাজাৰোধিক শ্ৰোতা দৰ্শক ৰাইজে কোভিড বিধি নমনাকৈয়ে অনুষ্ঠান উপভোগ কৰিলে।

টিলাপাৰা গাওঁখনত বিহু অনুষ্ঠান বন্ধ নকৰিলে। ৰাতিপুৱাৰ পৰা নিশালৈ চলিল বিহু অনুষ্ঠান। শিল্পী দলৰ অংশগ্ৰহণ আছিল অতি লক্ষ্যণীয়।

এইদৰে দ্ৰুত গতিত কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চহৰে নগৰে বিহু অনুষ্ঠান বাতিল কৰা সময়ত গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত কেবা ঠাইতো অতি জনসমাগমেৰে বিহু অনুষ্ঠান অনুষ্ঠিত কৰি অহা পৰিলক্ষিত হ’ল।

ইপিনে, জিলা আৰক্ষী প্ৰশাসনে এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিবৰ্তে নিৰ্বিকাৰ ভুমিকা লোৱাত আন আন বিহু কমিটিয়ে বিহু অনুষ্ঠান চলাই নিয়াৰ উদ্দেশ্যে দান বৰঙণি সংগ্ৰহ কৰি আহিছে।

প্ৰাপ্ত খবৰ অনুসৰি আগিয়া থানাৰ অন্তৰ্গত যিকেইটা অঞ্চলত বিহু অনুষ্ঠান পাতিব লগা আছে সেইকেইখন বিহু কমিটিয়ে বিহু অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই।

১৫ ব’হাগত অনুষ্ঠিত হ’ব লগা বৰদামাল বিহু অনুষ্ঠান বাতিল নহয়। সেইদৰে জিলাখনৰ লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মঘোত অহা ২৩ ব’হাগত অনুষ্ঠিত হ’ব লগা বিহু অনুষ্ঠান বাতিল নহয় বুলি জানিব পৰা গৈছে।

সন্ধিয়া ৬.০০ বজাৰ পৰা দোকান-পোহাৰ বন্ধ হোৱা আৰম্ভ হৈছে যদিও একাংশ বিহু কমিটিয়ে বিহুৰ বাবে চান্দা সংগ্ৰহ কৰাত সচেতন মহলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সেয়ে জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সচেতন ৰাইজে জিলা আৰক্ষী প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে।

নীলমনি শর্মা

নীলমনি শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd