• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিয়াৰ পিছতো প্ৰতি বছৰে প্ৰাক্তন প্ৰেয়সীৰ সৈতে উইকএণ্ডত অন্তৰংগ সময় কটাইছিল বিল গেটছে!

এন ই নাও নিউজ by এন ই নাও নিউজ
May 5, 2021 7:44 am
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় ২৭ টা বছৰ বিবাহিত জীৱন কটোৱাৰ অন্তত হঠাতে বিশ্বৰ অন্যতম ধনাঢ্য যুটি বিল গেটছ আৰু মিলেণ্ডা গেটছৰ বিবাহ বিচ্ছেদ হৈছে।

বিশ্বৰ এই বহু চৰ্চিত যুটিটোৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছতে সমগ্ৰ বিশ্ব আশ্বৰ্যচকিত হৈ পৰিছে।

তেওঁলোকৰ বিবাহ বিচ্ছেদৰ পিছতে এনে কিছু আশ্চৰ্যজনক বাতৰি আহিছে যিবোৰ ইমান দিনে গোপন হৈয়ে আছিল।

আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোচনী দ্য টাইমছ-এ প্ৰকাশ কৰা অনুসৰি মেলিণ্ডাক বিয়াৰ কৰোৱাৰ পিছতো বিল গেটছে প্ৰতি বছৰে প্ৰাক্তন প্ৰেয়সীৰ সৈতে নৰ্থ কাৰ’লিনাৰ বিচ্চ কটেজত অন্তৰংগ সময় কটাই আহিছিল।

টাইমছ-এ দাবী, ১৯৯৭ চনত বিল গেটছে দ্য টাইমছ আলোচনীৰ আগত প্ৰকাশ কৰিছিল যে ১৯৯৪ চনত মাইক্ৰছ’ফটৰ কো-ফাউণ্ডাৰ মেলিণ্ডা ফ্ৰেন্সক বিয়াৰ কৰাৰ সময়ত বিল গেটছে তেওঁৰ প্ৰাক্তন প্ৰেয়সীৰে সাক্ষাৎ কৰি অহাৰ এক উদ্ভদ চুক্তি কৰিছিল লৈছিল।

আনকি গেটছে পত্নীক বিয়াৰ প্ৰস্তাৱ দিয়াৰ পূৰ্বেই প্ৰাক্তন প্ৰেয়সী এন উইনব্লেডৰ পৰা এই বিষয়ত সন্মতি বিচাৰিছিল বুলিও দাবী কৰিছে দ্য টাইমছ-এ।

“যেতিয়া মই মেলিণ্ডাক বিয়া কৰোৱাৰ কথা ভাবিছিলো, মই এনক ফোন কৰিছিলো আৰু তাইৰ অনুমোদন বিচাৰিছিলো।” বিল গেটছৰ উদ্ধৃতি এইদৰে প্ৰকাশ কৰিছে দ্য টাইমছ-এ।

ইয়াৰ পিছত উইনব্লাডে গেটছলৈ ফোন কৰি কৈছিল, “তাই(মেলিণ্ডা) তোমাৰ সৈতে মিলিব, কিয়নো তাই বৌদ্ধিকভাৱে যথেষ্ট কষ্টসহিষ্ণু।”

২৭ বছৰ মেলিণ্ডাৰ সৈতে বিবাহিত জীৱন কটাই বিবাহ বিচ্ছেদ কৰা বিল গেটছে নিজেই প্ৰকাশ কৰিছিল যে তেওঁতকৈ বয়সত জ্যেষ্ঠ উইনব্লাডৰ সৈতে ১৯৮৪ চনত প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰিছিল।

পিছে ১৯৮৭ চনত দুয়োৰে মাজত ব্ৰেকআপ হৈছিল যদিও অতি ঘনিষ্ঠ যুটিটোৱে প্ৰতি বছৰে দেশৰ দক্ষিণাঞ্চললৈ গৈ অন্তৰংগ সময় পাৰ কৰি আহিছিল বুলি প্ৰকাশ পাইছে।

উল্লেখ্য উইনব্লাড নিজেও এগৰাকী ছফটৱেৰ বিশেষজ্ঞ আৰু আৰম্ভণি সময়ছোৱাত বিল গেটছৰ সৈতে দুয়ো একে লগে কাম কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm
এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

September 18, 2025 4:25 pm
উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

September 18, 2025 4:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd