• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিসম্বাদৰ উকমুকনি! বিজেপিৰ ৭০ জনীয়া তালিকাত বাদ পৰিল ১২গৰাকী বিধায়ক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2021 9:44 am
bjp-2-1541141023-715x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে বিজেপিয়ে অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে ঘোষণা কৰা ৭০জনীয়া তালিকাত ৩২খন নতুন মুখে স্থান পাইছে।

বিজেপিত এইবাৰ নতুনকৈ প্ৰাৰ্থিত্ব লাভ কৰা ৩২গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে অলপতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা প্ৰাক্তন গড়কপ্তানি মন্ত্ৰী অজন্তা নেওগো।

সেইদৰে বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰিছে ২০১৬ত বিজেপি প্ৰাৰ্থী অমৰ চান্দ জৈনৰ হাতত পৰাজিত হোৱা প্ৰাক্তন কংগ্ৰেছী গৌতম ৰয়ে।

আনহাতে, বিপিএফৰ পৰা বিজেপিলৈ অহা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীক পানেৰী সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

কিন্তু বিজেপিয়ে এইবাৰ নতুন মুখ অন্তৰ্ভুক্ত কৰাৰ বাবে ১২ গৰাকী বিধায়কৰ প্ৰাৰ্থিত্ব কৰ্তন কৰিছে।

বিজেপিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত বিধায়কসকলৰ মাজত আছে দিলীপ কুমাৰ পাল(শিলচৰ), অমৰ চান্দ জৈন(কাটিগড়া), জয়ৰাম ইংলেং(হাওৰাঘাট-এছ টি), চুম ৰংহাং(ডিফু-এছ টি), মানসিং ৰংপি(বৈঠালাংছু-এছ টি), নৱনীতা সন্দিকৈ(সোণাৰি), অশোক শৰ্মা(নলবাৰী), বীৰ বাহাদুৰ হাগজেৰ(হাফলং-এছ টি), কিশোৰ নাথ(বৰখলা), দেবানন্দ হাজৰিকা(বিহপুৰীয়া), ডিম্বেশ্বৰ দাস(ৰহা) আৰু ৰিতুপৰ্ণ বৰুৱা(লাহোৱাল)।

এই বিধায়কসকলৰ ভিতৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ হিচাপে পৰিচিত ৰিতুপৰ্ণ বৰুৱাৰ স্থানত প্ৰাৰ্থিত্ব দিয়া হৈছে চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাক।

বিজেপিয়ে এইবাৰ চাবুৱা আৰু ৰহা সমষ্টি দুটা মিত্ৰ দল অগপক এৰি দিছে।

কিন্তু টিকট বঞ্চিত বিধায়কসকলৰ পৰা বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিছে। কিয়নো বহুকেইগৰাকী বিধায়কক উপযুক্ত কাৰণ নোহোৱাকৈয়ে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উঠিছে।

আনহাতে, বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ এগৰাকী প্ৰভাৱশালী নেতাই কংগ্ৰেছৰ পৰা অহা নেতাসকলক অগ্ৰাধিকাৰ দিয়াৰো অভিযোগ আছে। আনকি, সংঘ পৰিয়ালৰ নিৰ্বাচিত নেতাকো এইবাৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াটো স্পষ্ট হৈ পৰিছে।

সেয়ে, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দলীয়া বিসম্বাদে গা কৰি উঠাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd