• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিয়ে ধৰ্মৰ ৰাজনীতি কৰা হ’লে একমাত্ৰ হিন্দুক আঁচনি দিলে হেঁতেন : সৰ্বানন্দ সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2019 6:14 pm
08-04-19 Golaghat- cm election campaign meeting (1)

কলিয়াবৰত নিৰ্বানচী প্ৰচাৰৰ সময়ত মনিমাধৱ মহন্তৰ লগত মুখ্য মন্ত্ৰী

215
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনলৈ মাজত দুটা দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত উঠিছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত। আজি কলিয়াবৰ লোকসভা সমষ্টিৰ জুৰীয়াত অগপ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ নিৰ্বচনী প্ৰচাৰ চলাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অগপৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সোণৱালে কংগ্ৰেছক চোকা সমালোচনা কৰে। জুৰীয়াৰ বিশাল জনসভাক সম্বোধন কৰি মুখ্য মন্ত্ৰীগৰাকীয়ে বিজেপিয়ে কেতিয়াও ধৰ্মৰ নামত ৰাজনীতি নকৰে এইয়া কংগ্ৰেছৰ বিজেপিৰ বিৰুদ্ধে চলোৱা অপপ্ৰচাৰ বুলি মন্তব্য কৰে।

আনহাতে, বিজেপিয়ে ধৰ্মৰ নামত ৰাজনীতি কৰিলে একমাত্ৰ হিন্দু হিতাধিকাৰীক আঁচনিসমূহ প্ৰদান কৰিলে হেঁতেন কিন্তু দেশৰ হিন্দুৰ লগতে সমানে মুছলমানেও বিজেপিৰ আঁচনিসমূহ লাভ কৰিছে বুলি উল্লেখ কৰে মুখ্য মন্ত্ৰীয়ে।

বিজেপি চৰকাৰৰ মূল লক্ষ্য ধৰ্মৰ ৰাজনীতি নহয় বিকাশৰ ৰাজনীতিহে সেয়েহে আমি হিন্দু-মুছলমান হিচাপে নহয় ভাৰতীয় হিচাপেহে উন্নয়ণৰ কাম কৰিছো বুলিও সোণোৱালে মন্তব্য কৰি কংগ্ৰেছেহে সংঘালঘূৰ নামত আৰু মুছলমানৰ নামত ৰাজনীতি কৰে বুলি সমালোচনা কৰে।

উল্লেখযো্গ্য যে, কলিয়াবৰ সমষ্টিৰ মূল যুঁজখন হ’ব অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মনিমাধৱ মহন্ত আৰু কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ মাজত। সমষ্টিটোত ১১ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব।

Tags: নিৰ্বাচন ২০১৯

Recent News

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd