• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘উলংগ ৰজা’ মোদী! বিজেপিৰ আক্ৰমণৰ সন্মুখীন এগৰাকী জনপ্ৰিয় গুজৰাটী কবি, কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2021 3:01 pm
(কবি পাৰুল খখৰ)

(কবি পাৰুল খখৰ)

663
VIEWS
Share on FacebookShare on Twitter

১৪ শাৰীৰ এটি কবিতা।

কবিতাটোত ভাৰতৰ চৰকাৰৰ প্ৰতি তীব্ৰ কটাক্ষ কৰা হৈছে।

দেশখনক ‘ৰামৰাজ্য’ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰোক্ষভাৱে ‘উলংগ ৰজা’ আখ্যা দিয়া হৈছে কবিতাটোত।

কবিতাটো ৰচনা কৰিছে গুজৰাটৰ এগৰাকী জনপ্ৰিয় কবি পাৰুল খখৰে।

‘শৱবাহিনী গংগা’ নামৰ এই কবিতাটো যোৱা ৫ দিনত অন্ততঃ ৬টা ভাষালৈ অনুদিত হৈছে।

১১ মে’ত সামাজিক মাধ্যমযোগে কবিতাটো প্ৰকাশ কৰিছিল কবি পাৰুলে।

কবিতাটোৰ কেইটামান শাৰীৰ অসমীয়া অনুবাদ এনেধৰণৰ-

“মৃতদেহ কঢ়িয়াই কান্ধ আমাৰ ক্লান্ত/ কান্দোন শুকাই ৰিক্ত হৈছে চকু/ দুৱাৰে দুৱাৰে যমদূতে মৃত্যুৰ নাচ নাচিছে/ ৰজা, তোমাৰ ৰামৰাজ্যত শৱদেহ গংগাত ভাঁহিছে।”

বৰ্তমান দেশৰ দুৰাৱস্থাক প্ৰতিফলিত কৰা কবিতাটো পাঠকে আদৰি ল’লেও সহজভাৱে ল’ব পৰা নাই বিজেপিয়ে।

ইতিমধ্যে সামাজিক মাধ্যমত বিজেপিৰ আইটি চেলৰ সদস্যসকলে কবিগৰাকীক ট্ৰল কৰাত উঠি পৰি লাগিছে।

দেশৰ বাস্তৱিক ছবিখন কবিতাৰে উপস্থাপন কৰাত আইটি চেলৰ সদস্যসকলে পাৰুলক ‘এন্টি নেচনেল’, ‘এণ্টি হিন্দু’ আখ্যা দিছে।

উল্লেখযোগ্য যে এসময়ত পাৰুল খখৰক নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটৰ সোঁপন্থী বুদ্ধিজীৱীসকলে ৰাজ্যখনৰ এগৰাকী অত্যন্ত প্ৰতিভাশালী কবি হিচাপে ঘোষণা কৰিছিল।

Recent News

ৰাজস্থানৰ গাঁৱৰ পৰা উদ্ধাৰ দুই পাকিস্তানীৰ মৃতদেহ! কেনেকৈ ভাৰতলৈ আহি মৃত্যুবৰণ কৰিলে?

ৰাজস্থানৰ গাঁৱৰ পৰা উদ্ধাৰ দুই পাকিস্তানীৰ মৃতদেহ! কেনেকৈ ভাৰতলৈ আহি মৃত্যুবৰণ কৰিলে?

বাংলাদেশত ৰাজনীতিবিদৰ দ্বাৰা ধৰ্ষণৰ বলি ২১ বছৰীয়া হিন্দু যুৱতী, গ্ৰেপ্তাৰ ৫ জন

বাংলাদেশত ৰাজনীতিবিদৰ দ্বাৰা ধৰ্ষণৰ বলি ২১ বছৰীয়া হিন্দু যুৱতী, গ্ৰেপ্তাৰ ৫ জন

বিয়া পাতিবলৈ আমেৰিকালৈ যোৱা ২৪ বছৰীয়া ভাৰতীয় যুৱতী নিৰুদ্দিষ্টঃ পৰিয়ালৰ মাজত উদ্বিগ্নতা

বিয়া পাতিবলৈ আমেৰিকালৈ যোৱা ২৪ বছৰীয়া ভাৰতীয় যুৱতী নিৰুদ্দিষ্টঃ পৰিয়ালৰ মাজত উদ্বিগ্নতা

ভয়াবহ ৰূপ লৈছে গাজা-ইজৰাইল সংঘাতে! গাজাত পুষ্টিহীনতাৰ বাবে মৃত্যু প্ৰায় ৬৬টা শিশু

ভয়াবহ ৰূপ লৈছে গাজা-ইজৰাইল সংঘাতে! গাজাত পুষ্টিহীনতাৰ বাবে মৃত্যু প্ৰায় ৬৬টা শিশু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd