• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত জুৱাৰ বেহা: জুৱাকেন্দ্ৰিক কাজিয়াত আঘাতপ্ৰাপ্ত বিজেপি নেতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2023 9:17 am
gambling
829
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত চলিছে জুৱাৰ অবাধ বেহা। জুৱাৰ এই কু-চক্ৰত জড়িত খোদ বিজেপি নেতাও। জুৱাকেন্দ্ৰিক কাজিয়াৰ পৰিণতিত এগৰাকী বিজেপি নেতা চিকিৎসালয়তো ভৰ্তি হ’বলগীয়া হৈছে।

যোৱা নিশা সংঘটিত হৈছে ঘটনা। প্ৰকাশিত বাতৰি অনুসৰি, বুধবাৰে নিশা জুৱাখেলৰ পিছতে জুৱাথলীতে সৃষ্টি হোৱা কাজিয়াত লিপ্ত হৈ আঘাত পোৱা বিজেপি নেতা এগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আহত বিজেপি নেতাগৰাকী বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সম্পাদক জিতু হাজৰিকা বুলি জানিব পৰা গৈছে।

সূত্ৰ অনুসৰি, জুৱাখেলৰ পিছতে সেই স্থানত থকা লোকসকলৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু এই বিবাদৰ পিছতে সূত্ৰপাত হোৱা কাজিয়াত বিজেপি নেতাগৰাকী আঘাতপ্ৰাপ্ত হয়।

আঘাতপ্ৰাপ্ত জিতু হাজৰিকাও জুৱাৰ এই কু-চক্ৰৰ অংশ আছিল বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে আহত হাজৰিকাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ইফালে স্থানীয় আৰক্ষীয়ে তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

Recent News

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসম বিজেপিৰ প্ৰাৰ্থী ঘোষণা, কনাড পুৰকায়স্থক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ

ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসম বিজেপিৰ প্ৰাৰ্থী ঘোষণা, কনাড পুৰকায়স্থক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ

দিনটোত ১০ ঘণ্টাৰ কৰ্মৰ সময়! অন্ধ্ৰ চৰকাৰে ৯ ঘণ্টাৰ পৰা বৃদ্ধি কৰিলে কামৰ সময়

দিনটোত ১০ ঘণ্টাৰ কৰ্মৰ সময়! অন্ধ্ৰ চৰকাৰে ৯ ঘণ্টাৰ পৰা বৃদ্ধি কৰিলে কামৰ সময়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd