• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীত মৃত অৱস্থাত উদ্ধাৰ বিজেপি নেতা কমল দে, হত্যাৰ সন্দেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2025 10:37 am
মহানগৰীত মৃত অৱস্থাত উদ্ধাৰ বিজেপি নেতা কমল দে, হত্যাৰ সন্দেহ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে পুৱা গুৱাহাটীত ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ হয় ভাৰতীয় জনতা পাৰ্টিৰ এজন নেতা। গুৱাহাটীৰ মালিগাঁও অঞ্চলত স্থানীয় ৰাইজে মৃত অৱস্থাত উদ্ধাৰ কৰে কমল দেক। কমল দে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ এগৰাকী যুৱ বিজেপি নেতা।

কমল দে বিজেপিৰ জালুকবাৰী মণ্ডলৰ সভাপতি আছিল। তেওঁৰ ঘৰ শংকৰদেৱ নগৰৰ এটা শাখা পথৰ সমীপত তেওঁক মৃত অৱস্থাত পোৱা গৈছে।

খবৰ অনুসৰি দেওবাৰে সন্ধিয়া দে ঘৰলৈ উভতিছিল যদিও আহি নাপালে।

আৰক্ষীয়ে সকলো দিশৰ পৰা এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

প্ৰথম অৱস্থাত ঘটনাটো দুৰ্ঘটনাৰ দৰে যেন লাগিলেও আৰক্ষীয়ে হত্যাৰ সম্ভাৱনাক নুই কৰা নাই।

ঘটনাস্থলীৰ ওচৰতে এখন মটৰ চাইকেলো উদ্ধাৰ হয় যদিও সেইখন দেৰ নাছিল। ইয়াৰ ফলত তেওঁৰ মৃত্যুৰ বিষয়টোৱে জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে।

বৰ্তমান আৰক্ষীয়ে দেৰ কল ৰেকৰ্ড আৰু তেওঁৰ মৃত্যুৰ আগৰ গতিবিধিৰ পৰিঘটনাসমূহ মিলাই চালিজাৰি চাই আছে।

মৃত্যুৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে সেইটো নিৰ্ণয় কৰিবলৈ সম্ভাৱ্য সকলো দিশ বিশ্লেষণ কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় দলৰ পৰা বাদ পৰাৰ ১৬ বছৰ পিছত এইগৰাকী ক্ৰিকেটাৰক কাঠগড়াত তুলিলে ইৰফান পাঠানে  

ভাৰতীয় দলৰ পৰা বাদ পৰাৰ ১৬ বছৰ পিছত এইগৰাকী ক্ৰিকেটাৰক কাঠগড়াত তুলিলে ইৰফান পাঠানে  

August 16, 2025 1:35 pm
স্বাধীনতা দিৱসৰ দিনাই উত্তপ্ত অসম–নগালেণ্ড সীমান্ত : তিনি অসমীয়া যুৱকক নগাৰ নৃশংস আক্ৰমণ

স্বাধীনতা দিৱসৰ দিনাই উত্তপ্ত অসম–নগালেণ্ড সীমান্ত : তিনি অসমীয়া যুৱকক নগাৰ নৃশংস আক্ৰমণ

August 16, 2025 1:28 pm
ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

August 16, 2025 12:06 pm
গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

August 16, 2025 10:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় দলৰ পৰা বাদ পৰাৰ ১৬ বছৰ পিছত এইগৰাকী ক্ৰিকেটাৰক কাঠগড়াত তুলিলে ইৰফান পাঠানে  

ভাৰতীয় দলৰ পৰা বাদ পৰাৰ ১৬ বছৰ পিছত এইগৰাকী ক্ৰিকেটাৰক কাঠগড়াত তুলিলে ইৰফান পাঠানে  

August 16, 2025 1:35 pm
স্বাধীনতা দিৱসৰ দিনাই উত্তপ্ত অসম–নগালেণ্ড সীমান্ত : তিনি অসমীয়া যুৱকক নগাৰ নৃশংস আক্ৰমণ

স্বাধীনতা দিৱসৰ দিনাই উত্তপ্ত অসম–নগালেণ্ড সীমান্ত : তিনি অসমীয়া যুৱকক নগাৰ নৃশংস আক্ৰমণ

August 16, 2025 1:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd